আজিৰ ৰাশিফল: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 18, 2020

আজিৰ ৰাশিফল:


 

মেষ
১১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত ধন আৰু সন্মান লাভ হব, কৰ্মত শুভ হব , লগতে নতুন কৰ্মত সুযোগ লাভ হোৱাৰ যোগ দেখা যায় ।



বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, যদিও সজাগ নহলে জেষ্ঠ্য জনৰ পৰা মনত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ পৰা আনন্দ লাভ কৰিব, সন্মান লাভ হব, যদিও কৰ্মত সজাগ নহলে  মতবিৰোধ হোৱাৰ যোগ দেখা যায়‌।


কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ হব, যদিও সামান্য জতিলতা বাঢ়িব পৰে লগতে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।



সিংহ

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব, মনত শান্তি বাঢ়িব, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।


কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে , মনত চিন্তা বাঢ়িব পাৰে, লগতে সজাগ নহলে সামান্য পাৰিবাৰিক কন্দল সৃষ্টি হোৱাৰ যোগ দেখা যায়।


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত বিদ্যাৰ্থ সকলৰ শুভ, সন্মান বাঢ়িব পাৰে যদিও সজাগ নহলে মনত সামান্য খংঙ হোৱাৰ যোগ দেখা যায়।


বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনৰ আশা পুৰণ হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হব পাৰে, লগতে মনত সামান্য উদ্বিগ্নতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

ধনু

৯. ৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত  মনত সাহস বাঢ়িব, যশস্যা বাঢ়িব, যদিও সজাগ নহলে কৰ্মত বুদ্ধি নাশ হোৱাৰ যোগ দেখা যায়।


মকৰ

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, সন্মান লাভ হব, লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত আত্মবিশ্বাস বাঢ়িব,  ৰোগাৰোগ্য হব, যদিও লগতে মনত সামান্য  ক্লান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও কৰ্মত সামান্য এলাহ ভাৱ  বাঢ়িব, লগতে মনত উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।  


No comments:

Post a Comment

Advertisement

Pages