১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত ধন মান প্ৰাপ্তি হব, লগতে সম্পত্তি লাভ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত চঞ্চলতা বাঢ়িব, ধন আগমন হব লগতে বুদ্ধি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, ধন লাভ হব, যদিও মনত সামান্য ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়ত শুভ, ধন আগমন হব, লগতে আদৰ সাদৰ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বস্ত লাভ হব, প্ৰেম শুভ, যদিও মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সুখ বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে শত্ৰুৰ পৰা সাৱধান হব।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ প্ৰসংশা লাভ হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত দেহ মনত সামান্য আঘাট পাৱ পাৰে, লগতে সজাগ নহলে মনত হতাশা ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দেহত সামান্য ৰোগ বাঢ়িব পাৰে, কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে,লগতে সজাগ নহলে মিছা অপৱাদ পোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ নিৰ্মাণৰ সুযোগ লাভ হব, বিদ্যাৰ্থী সকলৰ শুভ হব,যদিও কৰ্মত সজাগ নহলে বুদ্ধি নাশ হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, কৰ্মত ভাতৃৰ উন্নতি হব, যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
No comments:
Post a Comment