শাওঁণ মাহটো ভগাৱন শিৱৰ প্ৰিয় কিয় জানেনে ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 14, 2020

শাওঁণ মাহটো ভগাৱন শিৱৰ প্ৰিয় কিয় জানেনে ?


 দেৱাদিদেৱ মহাদেৱ শিৱ বাবাৰ

 বাবে শাওঁণ মাহটো খোবেই প্ৰিয় বুলি আমি সকলোৱে জানো..!!! 


 বছৰৰ ১২তা মাহৰ ভিতৰত.. 

শাওঁণ মাহটো শিৱ বাবাৰ.. আটাইতকৈ প্ৰিয় মাহ।। 


১/শাওঁণ মাহতে সমুদ্র মন্থন কৰা হৈছিল। 

সমুদ্ৰ মন্থন কৰোঁতে ওলোৱা.. কালকুট বিষ মহাদেৱে শাওঁণ মাহতে পান কৰিছিল।। 


২/হলাহল বিষ পান কৰাৰ পাছত.. 

শিৱৰ দেহত এক সহিব নোৱাৰা উত্তাপৰ সৃষ্টি হৈছিল।।  ব্ৰহ্মা আৰু দেৱতাগণে.. শিৱৰ দেহত তাপ কমাবলৈ.. তেওঁৰ দেহত জলাভিষেক কৰিছিল।। 


তেতিয়াৰপৰা শাওঁণ মাহত.. মহাদেৱক জলাভিষেক.. নিয়ম কৰাৰ আৰম্ভ হল।। 


বল বমৰ উদ্দেশ্য এটাই

নীলকণ্ঠ শিৱ বাবাক-জলাভিষেক কৰি সন্তোষ প্ৰদান কৰা।। 


৩/শাস্ত্ৰৰ মতে-শাওঁণ মাহৰ পৰা পালনকৰ্তা

ভগৱান বিষ্ণুৱে-৪মাহ কাল নিদ্ৰামগ্ন

  অৱস্থাত থাকে।। 


৪/দেৱী সতীয়ে শাওঁণ মাহতেই শিৱ বাবাক আৰাধনা কৰি-তেওঁক স্বামী ৰূপে পাইছিল।। 

অৰ্থাৎ শিৱ আৰু পাৰ্বতীৰ শুভ মিলন শাওঁণ মাহতে ই হৈছিল।। 


৫/পুৰাণৰ মতে-মহাদেৱ শিৱই-পাৰ্ৱতী দেৱীক

শাওঁণ মাহত ই.. সৃষ্টিৰ ৰহস্য আৰু.. 

অমৰ কথা শুনাইছিল।। 


সেয়হে-মহাদেৱ শিৱ বাবাৰ বাবে.. 

 শাওঁণ মাহটো অতি প্ৰিয় মাহ।। 


শাওঁণ মাহত-

শিৱ লিংগত-জলাবিষেক কৰিলে.. প্ৰভূ

সন্তুস্ত হয়।। (কথাখিনি সংগ্ৰহিত)...

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages