বিটিচিত হাগ্ৰামা মহিলাৰীৰ পতন - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 13, 2020

বিটিচিত হাগ্ৰামা মহিলাৰীৰ পতন

 

অৱশেষত বিটিচিত হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনৰ অৱসান ঘটিল।বিটিচিৰ শেহতীয়া নিৰ্বাচনৰ ফলাফলৰ পিছত এতিয়া বিটিচিত বিজেপি, ইউপিপিএল আৰু জিএছপিয়ে মিলি গঠন কৰিব চৰকাৰ।

ইউপিপিএল আৰু জিএছপি নেতৃত্বই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰমোদ বড়োক বিটিচিৰ CEM হিচাপে ঘোষণা কৰে।

লগতে মুখ্যমন্ত্ৰী কয় যে, "মই আশা ৰাখিছোঁ- বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী সদস্য শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বত পৰিষদে সমন্বয়ৰ যোগেদি সকলো জাতি-জনগোষ্ঠীৰে সম-উন্নয়নৰ বাবে কাম কৰি যাব।

তদুপৰি, বিটিচিৰ নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে অনুষ্ঠিত হোৱাৰ বাবে আৰক্ষী আৰু জিলা প্ৰশাসনৰ লগতে সকলো বিষয়া-কৰ্মচাৰীক আন্তৰিক ধন্যবাদ জনালোঁ।" - সৰ্বানন্দ সোণোৱাল।

No comments:

Post a Comment

Advertisement

Pages