আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 2, 2020

আজিৰ ৰাশিফল


মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, মনত আনন্দ বাঢ়িব, যদিও সজাগ নহলে মনত সামান্য অশান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।   

বৃষ ৰাশি - বৃষ ৰাশি   জাতিকা সকলৰ আজিৰ দিনটোত মনত ভয় আৰু চিন্তা বাঢ়িব পাৰে,  লগতে সজাগ নহলে ব্যৱসায়ত ক্ষতি হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ লাভ হব, আনৰ সহায় লাভ হব, লগতে সামাজিক প্ৰতিস্থা লাভ হোৱাৰ   যোগ দেখা যায়‌।

কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, ধন মান প্ৰাপ্তি হব যদিও সামান্য সমস্যা বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।

সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, যশস্যা বাঢ়িব, যদিও মনত সামান্য অভিমান খংঙ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ধন মান প্ৰাপ্তি হব, আয় বাঢ়িব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি - তুলা ৰাশিৰ জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেমত শুভ, বন্ধুৰ সহায় লাভ হব, যদিও সামান্য ব্যয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ সুখ বাঢ়িব, বন্ধু লাভ হব যদিও সজাগ নহলে মনত সামান্য অশান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, যদিও কৰ্মত সজাগ নহলে সামান্য বিৰোধ হব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ সুখ বৃদ্ধি হব, ধন মান লাভ হব, যদিও সজাগ নহলে সামান্য নিৰাশা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোতব্যস্ততা বাঢ়িব, ধন মান লাভ হব যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, ভ্ৰমনত শুভ যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

No comments:

Post a Comment

Advertisement

Pages