
শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:,১৩পুহ ,মঙ্গবাৰ,ইং ২৯ ডিচেম্বৰ ২০২০।
সূৰ্য্যোদয় ঘ:৬/১৪/২১সূৰ্য্যাস্ত ঘ:৪/৩৭/৩১
ৰাশি - মিথুন ৰাশি।
তিথি - শুক্লা চতুৰ্দ্দশী। প্ৰা:ঘ: ৭/৫৪/২৭ যোৱাত পূৰ্ণিমা তিথি।
নক্ষত্ৰ - মৃগশিৰা।আ:ঘ:- ৫/৩২/৩৪ লৈ।
আদ্যঋতু হলে - পতিহিতা যোগ।
যাত্ৰা :- পশ্চিম দিশত নাই ।প্ৰা:ঘ:- ৭/৫৪/২৭ যোৱাত বাযু কোনত নাই।
যোগিনী :- পশ্চিম দিশত ।প্ৰা:ঘ:- ৭/৫৪/২৭ যোৱাত বাযু কোনত ।
মৰণত দোষ:- নাই।
ভক্ষাভক্ষ্য :- যোৱাত মাছ মাংস খোৱা নিষেধ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব,যদিও সামান্য ব্যয় বাঢ়িব পাৰে লগতে মনত সামান্য চিন্তা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আশা বাঢ়িব, খেতিয়ক সকলৰ শুভ হব,যদিও কৰ্মত সজাগ নহলে বন্ধু বিশ্চেদ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আৰু সন্মান লাভ হব, যশস্যা লাভ হব, যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, গৃহ শান্তি বাঢ়িব যদিও কৰ্মত সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত যশস্যা বাঢ়িব, ৰোগাৰোগ্য হব, লগতে কৰ্মত উন্নতি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, পাৰিবাৰিক সুখ বাঢ়িব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ভ্ৰমণত শুভ হব, কৰ্মত শুভ হব, লগতে কৰ্মত বিপৰীত লিংগৰ পৰা সহাৰি লাভ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ লাভ হব, সমস্যাৰ সমাধান হব, কৰ্মত সফল হব লগতে মনৰ আশা পুৰণ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন হব, প্ৰতিভা বিকাশ হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, কৰ্মত আগ্ৰহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত মনত শান্তি বাঢ়িব, প্ৰেমত শুভ হব, যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ক্ৰীড়াৰত সুনাম বাঢ়িব, ক্ৰীড়াৰ লগত জৰিত ব্যক্তি সকলৰ শুভ হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment