অনিয়মিত মাহেকীয়া আৰু ৰক্তস্ৰাৱ জনিত সমস্যা :
মাহেকীয়াৰ সময়ত হোৱা যিকোনো বিষ :
এক গিলাচ পানী উতলাই লৈ তাত 2 চামুছ দেশী গৰুৰ ঘিঁউ মিহলাই গৰমে গৰমে খাওক ।।
5 মিনিটৰ ভিতৰত সকলো বিষ নোহোৱা হব । মনত ৰাখিব যে অকল আমাৰ অসমীয়া গৰুৰ ঘিঁউ লাগিব । ক্ৰছ , জাৰ্ছী , ফ্ৰীজীয়ান আদিৰ ঘিঁউ কোনো কামত নাহিব লগতে বাবাজিৰ ঘিঁউও কোনো কামত নাহিব ।মাহেকীয়াৰ সময়ৰ 4 দিন যেতিয়াই বিষ উঠে তেতিয়াই এনেকৈ খাব ।
ভৱিষ্যতে নহবৰ বাবে এক লিটাৰ পানীত 20 গ্ৰাম চূণ মিহলি কৰি জোকাৰি থৈ দিয়ক । ৰাতিপুৱা উঠি পানীখিনি আঁতৰ কৰি বেলেগ বতলত ভৰাই থব ।
তাৰ পৰা দৈনিক 2 চামুছ দালিৰ লগত মিহলাই ভাত খোৱাৰ সময়ত খাব ।।
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment