আবেদনৰ প্ৰক্ৰিয়া আৰু অন্তিম তাৰিখ জানিবলৈ ক্লিক কৰক: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 18, 2020

আবেদনৰ প্ৰক্ৰিয়া আৰু অন্তিম তাৰিখ জানিবলৈ ক্লিক কৰক:


 শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ স্ব-নিয়োজনৰ উদ্দেশ্য প্ৰাথমিক সংসাধন ( জাম, জেলি, আচাৰ আদি প্ৰস্তুতকৰণ), কাঠফুলা উৎপাদন, বেকাৰী সামগ্ৰী প্ৰস্তুতকৰণৰ এলানি প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে।ইচ্ছুক ব্যক্তিয়ে ব্যক্তিগত পৰিচয় (Bio-data) তথা ফোন নম্বৰসহ সঞ্চালকালয়ৰ সৈতে অথবা ই-মেইলযোগে আবেদন কৰিব পাৰে। আবেদনৰ অন্তিম দিন ১০ জানুৱাৰী, ২০২১।

আবেদন জনাবৰ বাবে মেইল আই দি - directorhortiassam@gmail.com

No comments:

Post a Comment

Advertisement

Pages