শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:
১৪পুহ ,বুধবাৰ,ইং ৩০ ডিচেম্বৰ ২০২০।
সূৰ্য্যোদয় ঘ:৬/১৪/৩৪সূৰ্য্যাস্ত ঘ:৪/৩৭/৫২
ৰাশি - মিথুন ৰাশি।
তিথি - পূৰ্ণিমা তিথি।ঘ:-৮/৫৭/৪৩ লৈ।
নক্ষত্ৰ - আদ্ৰা।স:ঘ:- ৬/৫৫/৩৯ লৈ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা :- বাযু কোনত নাই ।ঘ:- ৮/৫৭/৪৩ যোৱাত পূৱ দিশত নাই।
যোগিনী :- বাযু কোনত ।ঘ:- ৮/৫৭/৪৩ যোৱাত পূৱ দিশত।
মৰণত দোষ:- নাই।স:ঘ:- ৬/৫৫/৩৯ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য :- যোৱাত মাছ মাংস খোৱা নিষেধ।ঘ: ৮/৫৭/৪৩ যোৱাত কোমোৰা খোৱা নিষেধ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বন্ধুৰ সহায় লাভ হব, যদিও সন্তানৰ চিন্তা বাঢ়িব পাৰে, লগতে সজাগ নহলে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সাহস বাঢ়িব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক প্ৰতিষ্ঠা লাভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বৃদ্ধি লগতে সামান্য গৃহ অশান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম স্থান পৰিৱৰ্তন হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হব পাৰে, লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, যদিও কৰ্মত সজাগ নহলে মনত সামান্য অভিমান আৰু খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগতে শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হব, কৰ্মত বন্ধুৰ সহায় লাভ হব, লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ, বন্ধু লাভ হব, যদিও কৰ্মত সজাগ নহলে মনত সামান্য আনন্দ কম হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, ধন আৰু সন্মান বাঢ়িব লগতে কৰ্মত সজাগ নহলে সামান্য বিৰোধিতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত যশস্যা বাঢ়িব যদিও সজাগ নহলে সম্পদ হানি হব পাৰে, লগতে মনত সামান্য আনন্দ হ্ৰাস হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ধন আৰু সন্মান লাভ হব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে মনত সামান্য চিন্তা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, কৰ্মত আগ্ৰহ বাঢ়িব যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment