কৈলাশত এদিন দেৱী পাৰ্ৱতীয়ে স্নান কৰিবলৈ বুলি-নিজৰ ৰাজ মহল'লৈ যাঁওতে-বাহিৰতে নন্দিক
পহৰা দিবলৈ কলে আৰু কয় থৈ গল যে...
যোন আহিলেও, ভিতৰলৈ যোৱাত বাধা দিবলৈ...
মাতা পাৰ্ৱতীৰ কথা মতেই-নন্দিয়ে বাহিৰত পহৰা দি থাকিল... ঠিক তেনেকুৱাতে-দেৱাদিদেৱ-শিৱ আহি ভিতৰলৈ যাবলৈ বিচাৰিলত-নন্দিয়ে বাধা দি কলে যে- মাতা, পাৰ্ৱতীয়ে-ভিতৰলৈ কাকো যাবলৈ মানা কৰিছে...!!! নন্দিৰ কথা শুনি-হাঁহি মাৰি-দেৱাদিদেৱ-শিৱই, কলে যে-মই মাতা পাৰ্ৱতীৰ স্বামী.. সেইবুলি কয় তেওঁ ভিতৰলৈ গল...
ভিতৰলৈ গৈ দেৱী পাৰ্ৱতীক মাত দিলত... দেৱী পাৰ্ৱতীয়ে-শিৱক দেখি সুধিলে যে-আপুনি ভিতৰলৈ কেনেকৈ আহিল..!! মইতো বাহিৰত নন্দিক........
তেতিয়া হাঁহি মাৰি-মহাদেৱে, সকলো কলে...
মহাদেৱৰ কথা শুনি-দেৱী পাৰ্ৱতীয়ে নন্দিৰ ওপৰত খং কৰা দেখি/মহাদেৱে কলে যে-
তুমি নন্দিৰ ওপৰত খং নকৰিবা.... তেতিয়া মাতা পাৰ্ৱতীয়েও ভাৱিলে-নন্দিৰ কোনো ভূল নাই...!! নন্দি হৈছে মহাদেৱৰ পৰম ভক্ত.. নন্দিয়ে বাৰু নিজৰ স্বামীক কেনেকৈ বাধা দি ৰখাব....তেতিয়া মাতা পাৰ্ৱতীয়ে মনতে স্থিৰ কৰিলে যে-
তেওঁ এজন এনেকুৱা গণ বনাব.. যিয়ে তেওঁৰ আদেশ আখৰে আখৰে পালন কৰিব....
এদিনাখন মাতা পাৰ্ৱতীয়ে স্নান কৰি থাকোতে..
দেহত হালধী লগাই কথাবোৰ ভাৱি আছিল....
তেনেতে দেহত লগোৱা হালধী টুপাল মাটিত পৰিলতে... সেই হালধী টুপাল গোট খুৱাই.. এটা প্ৰত্তিমূৰ্তিৰ আকাৰ দিলে... আৰু সেই প্ৰত্তিমূৰ্তিকে
মাতা পাৰ্ৱতীয়ে জীয় দিলে... আৰু মাতা পাৰ্ৱতীয়ে জীয় দিয়া প্ৰত্তিমূৰ্তিৰে নাম ৰাখিলে গণেশ.... এনেকৈয়ে জন্ম হল গণেশৰ....
(ঔম গণ গণ পতায়ে নমাঃ)..
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment