যোৰহাটৰ কাছাৰী মৈদানত আজি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আত্মাৰ চিৰশান্তি কামনা কৰি সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আয়োজন কৰা হয়।কাছাৰী মৈদানৰ পৰাই যোৰহাটৰ নিকটৱৰ্তী মাজুলী, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড়, তিনচুকীয়া জিলালৈ চিতাভস্মও প্ৰেৰণ কৰা হয়।চাও আহক আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কিছু বিশেষ মুহূৰ্ত-
Advertisement
Wednesday, December 9, 2020

চাও আহক এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কিছু বিশেষ মুহূৰ্ত
Tags
# news
Share This

About Social Media Journalism
news
Tags:
news
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment