ঐতিহ্যমণ্ডিত কামাখ্যা দেৱালয়ত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হৈ মা কামাখ্যাৰ শ্ৰীচৰণত সেৱা জনাই।লগতে তেখেতে সকলোৰে কল্যাণৰ বাবে প্ৰাৰ্থনাও কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ আজি পুণ্য কামাখ্যা দেৱালয় দৰ্শন কৰাৰ মুহূৰ্তত তেওঁৰ সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
No comments:
Post a Comment