
শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:
১৫পুহ ,বৃহস্পতিবাৰ,ইং ৩১ ডিচেম্বৰ ২০২০।
সূৰ্য্যোদয় ঘ:৬/১৪/৫১সূৰ্য্যাস্ত ঘ:৪/৩৮/৩৪
ৰাশি - মিথুন ৰাশি।ঘ:- ১/৩৮/৪২ যোৱাত কৰ্কট।
তিথি - কৃষ্ণা প্ৰতিপদ।ঘ:- ৯/৩০/৭ লৈ
নক্ষত্ৰ - পূৰ্ণব্বসু ।ৰা:ঘ:- ৭/৪৯/১৩ লৈ।
আদ্যঋতু হলে - কান্তা যোগ।
যাত্ৰা :- পূৱ দিশত নাই ।ঘ:- ৯/৩০/৭ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত ।ঘ:- ৯/৩০/৭ যোৱাত উত্তৰ দিশত।
মৰণত দোষ:- দ্বিপদ ।ঘ:- ৯/৩০/৩৭ যোৱাত ত্ৰিপদ।
ভক্ষাভক্ষ্য :- কোমোৰা খোৱা নিষেধ।ঘ: ৯/৩০/৭ যোৱাত তিতা খোৱা নিষেধ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, মনত আনন্দ বাঢ়িব লগতে সঞ্চয় বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ ,শিক্ষক সকলৰ শুভ হব লগতে আজি বিবাদ নিস্পত্তি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, কৰ্ম সিদ্ধি হব যদিও সজাগ নহলে সন্মান হানি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয়জনৰ আগমন হব, জ্ঞান লাভ হব, লগতে অৰ্থ প্ৰাপ্তি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ সুখ বাঢ়িব, প্ৰেম আৰু কৰ্মত শুভ হব, যদিও সজাগ।নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, বিদ্যাৰ দিশত উন্নতি হব,যদিও সামান্য মনৰ পৰিৱৰ্তন হব পাৰে লগতে সজাগ নহলে বঞ্চিত হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত উত্তম খাদ্য লাভ হব, সমস্যাৰ সমাধান হব, যদিও সজাগ নহলে সামান্য পাৰিবাৰিক অশান্তি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক শান্তি বাঢ়িব, নতুন বন্ধু লাভ হব, লগতে প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত নতুন কৰ্মৰ যোগাযোগ সুযোগ লাভ কৰিব, সন্মান লাভ হব, যদিও কৰ্মত সজাগ নহলে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, যশস্যা বাঢ়িব, যদিও সজাগ নহলে ভ্ৰমনত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত ভ্ৰমনত আনন্দ বাঢ়িব, কৰ্মত সুখ লাভ হব, লগতে ধন আৰু সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফলতা লাভ হব, লগতে মনত আধ্যাত্মিক ভাৱ বাঢ়িব, লগতে ধৰ্মীৰ অনুস্থান দৰ্শনৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment