ভগৱান শিৱৰ-অৰ্ধনাৰীশ্বৰ অৱতাৰৰ বিষয়ে আজি জানো আহক:: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 21, 2020

ভগৱান শিৱৰ-অৰ্ধনাৰীশ্বৰ অৱতাৰৰ বিষয়ে আজি জানো আহক::


 ভগৱান শিৱ হৈছে আদি আৰু অনন্ত.. 

তেওঁ পূজা কৰিলে তিনি লোকৰ সুখ পোৱা যায়.. 



ভগৱান শিৱ'ই জগতৰ কল্যাণৰ হকে-

  বিভিন্ন সময়ত বিভিন্ন অৱতাৰ.., অংশ অৱতাৰ ধাৰণ-কৰিছিল বুলি শাস্ত্রত পোৱা যায়।। 


অৰ্ধনাৰীশ্বৰ তাৰেই ভিতৰত এক অন্যাতম অৱতাৰ..।। 

এই অৱতাৰত আমি দেখাপাওঁ-

ভগৱান শিৱৰ দেহৰ আধা অংশ-পুৰুষৰ আৰু বাকী-আধা অংশ নাৰীৰ.. 


এই অৱতাৰৰ দ্বাৰা ভগৱান শিৱ'ই

জগতৰ সমস্ত লোকক-নাৰী আৰু পুৰুষৰ সমানতাৰ বাৰ্তা দিব বিচাৰিছিল..।।সমাজ-পৰিয়াল-আৰু সৃষ্টিৰ সঞ্চালনৰ বাবে-

পুৰুষৰ ভূমিকা যিমান মহত্বপূৰ্ণ-

  সিমানে মহত্বপূৰ্ণ নাৰীও...।। 


মুঠতে স্ত্রী-পুৰুষ এক অন্যৰ পৰিপুৰক.. 

এজনৰ অৱিহনে-আনজনৰ জীৱন নিৰৰ্থক..।। 


এই অৰ্ধনাৰীশ্বৰ অৱতাৰ ধাৰণ কৰি শিৱ বাবা'ই

সমাজ আৰু পৰিয়ালত-

 নাৰী সকলেও যাতে-সমান প্ৰতিষ্ঠা লাভ কৰে... 

কোনো-ভেদ-ভাৱ-নেথাকে... 

তাকেই দৰ্শাৱ বিচাৰিছিল...।।।। 


শিৱপুৰাণৰ মতে-


 সৃষ্টিত প্ৰজাৰ বৃদ্ধি নোহোৱা দেখি

সৃষ্টি কৰ্তা ব্ৰহ্মা চিন্তিত হৈছিল....!!! 

 তেতিয়া এক আকাশবাণী হৈছিল-

আকাশবাণী শুনি-

 ব্ৰহ্মাই-মৈথুনী সৃষ্টি'ৰ উতপন্হৰ সংকল্প ললে.. 

কিন্তু তেতিয়া লৈকে শিৱ'ৰ পৰা-নাৰীৰ কুল উত্তপন্ন হোৱা নাছিল...। 


 তেতিয়া ব্ৰহ্মাই শিৱ'ৰ লগতে-শিৱৰ ভিতৰত

অন্তনিহিত-দেৱী শক্তিক-সন্তষ্ট কৰিবলৈ তপস্যা কৰিলে... #ব্ৰহ্মাৰ তপস্যাত সন্তষ্ট হৈ-

পৰমাত্মা শিৱ'ই-অৰ্ধনাৰীশ্বৰ ৰূপ ধাৰণ কৰি-

  ব্ৰহ্মাৰ সন্মুখত প্ৰকট হল... 

আৰু নিজৰ শৰীৰত স্হিত-দেৱী শক্তিৰ অংশক

 পৃথক কৰি দিলে... 


 ব্ৰহ্মাই সেই দেৱী শক্তিক স্তুতি কৰিলে-

ব্ৰহ্মাৰ স্তুতিত সন্তষ্ট হৈ-

  দেৱী শক্তিয়ে নিজৰ-ক্ৰুতিৰ মাজৰ পৰা-

আন এক ক্লান্তিময়-"শক্তিৰ সৃষ্টি কৰিলে "। 


 যি দক্ষ ৰজা ঘৰত গৈ-কন্যাৰূপে জন্ম ললে.. 

আৰু নাম হল-" সতী".... (কথাখিনি সংগ্ৰহিত)

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages