আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 21, 2020

আজিৰ ৰাশিফল

   


🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                          ৫ পুহ , সোমবাৰ,ইং ২১ ডিচেম্বৰ ২০২০। 
সূৰ্য্যোদয় ঘ:৬/১০/৫১ সূৰ্য্যাস্ত ঘ:৪/৩২/৫৩

ৰাশি -  কুম্ভ ৰাশি। শে :ৰা:ঘ: মীন ৰাশি।
তিথি - শুক্লা সপ্তমী। আ: ঘ:- ৪/১৪/৫৩ লৈ। 
নক্ষত্ৰ  - পূৰ্বভাদ্ৰপদ।ৰা:ঘ: ১১/৩/২৫ লৈ।
আদ্যঋতু হলে - দুৰ্ভগা যোগ।
যাত্ৰা :- বাযু কোনত নাই । আ:ঘ:৪/১৪/৫৩ যোৱাত ঈশান কোনত নাই ।
যোগিনী :- বাযু কোনত । আ:ঘ:৪/১৪/৫৩ যোৱাত ঈশান কোনত  ।
মৰণত দোষ:- ত্ৰিপদ, আ:ঘ: ৪/১৪/৫৩ যোৱাত দ্বিপদ ।
ভক্ষাভক্ষ্য :- তাল খোৱা নিষেধ । ঘ:- ৪/১৪/৫৩ যোৱাত নাৰিকল, মাছ মাংস খোৱা নিষেধ।

মেষ

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, প্ৰেমত আনন্দ বাঢ়িব, লগতে কৰ্মত নতুন দিগন্তৰ সূচনা হোৱাৰ যোগ দেখা যায় ।  



বৃষ

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ লাভ হব,কৰ্ম লাভ হব, পাৰিবাৰিক সুখ বাঢ়িব, যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।


মিথুন

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত সন্মান লাভ হব, কৰ্মত সময়ৰ নাটনি হব পাৰে লগতে মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়‌।

কৰ্কট

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, মৰম লাভ হব, কৰ্ম ব্যস্ততা বাঢ়িব যদিও কৰ্মত সজাগ নহলে সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।


সিংহ

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, যদিও মনত সামান্য খংঙ অভিমান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


কন্যা

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত শুভ সংবাদ লাভ হব, যদিও কৰ্মত সজাগ নহলে সামান্য ক্ষতি হব পাৰে লগতে খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


তুলা

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ধন আৰু সন্মান লাভ হব, বন্ধুৰ সহায় লাভ হব, লগতে কৰ্মত সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


বৃশ্চিক

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্মত নতুন পৰিকল্পনা গ্ৰহণৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


ধনু

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটো ধন আৰু সন্মান লাভ হব, প্ৰেমত শুভ, বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব, যদিও কৰ্মত সজাগ নহলে সামান্য বিৰোধিতা সন্মুখীন হোৱাৰ যোগ দেখা যায়।

মকৰ

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ বাঢ়িব  পাৰে লগতে মনত সামান্য নিৰাশা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সফল হব,  ভ্ৰমণৰ সুযোগ লাভ হব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


মীন

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ধন আৰু সন্মান লাভ হব, উকীল সকলৰ সুনাম বাঢ়িব, যদিও সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205


বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages