শৰীৰৰ যিকোনো blockage খুলি দিব পাৰে : - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 15, 2020

শৰীৰৰ যিকোনো blockage খুলি দিব পাৰে :

 

হয় ঠিকেই শুনিছে , আমি যি জাতি লাউ পাচলি হিচাপে ব্যৱহাৰ কৰো , সেই পাঁচলিবিধ অতীতৰ পৰাই ঔষধ হিচাপে  ব্যৱহাৰ হৈ আছে ।  


ই আমাৰ শৰীৰৰ যিকোনো blockage খুলি দিব পাৰে । হাৰ্টৰ blockage থাকিলে ই বিশেষভাৱে উপকাৰত আহে । 

হাৰ্টৰ ব্লক থকা মানুহে  এশ গ্ৰাম জাতি লাউৰ ৰস উলিয়াই তাত 5-6 টা জালুক আৰু  কেইটামান পুদিনাৰ পাত মিহলাই লৈ ৰাতিপুৱা খালি পেটত 3 মাহ খালে হাৰ্টৰ ব্লকেজ খোলা যায় । 


ইয়াৰ উপৰিও জাতি লাউৰ ৰসে তলৰ ৰোগবোৰ ঠিক হোৱাত সহায় কৰে ।।


1. High BP  

2. কলেষ্টৰেল 

3. তেজ পৰিষ্কাৰ হব ।

4. তেজৰ অম্ল নোহোৱা কৰে , 

5. পেট পৰিষ্কাৰ কৰে

6. পেচাবৰ জ্বলা পুৰা নোহোৱা হব ।

7. Constipation দূৰ কৰে ।


বাকলি নুগুচোৱাকৈ   জুইচ উলিয়াই ৰাতিপুৱা খালি পেটত  3 মাহ দৈনিক খাওক ।।

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages