তিনিচুকীয়া জিলাৰ সংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ বাতৰিয়ে কপাই গল সমগ্ৰ অসম।সাংবাদিক গৰাকীৰ এক বাহন দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল যদিও তেওঁক পৰিকল্পিত ভাবে হত্যা কৰা হৈছে বুলি এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে।তিনিচুকীয়া আৰক্ষীয়ে দুৰ্ঘটনাটো সংঘটিত কৰা AS23B C7881পঞ্জিয়ন নম্বৰৰ বাহন সহ বাহনখনৰ চালক আৰু বাহনখনৰ সহায়কক আতক কৰিবলৈ সক্ষম হৈছে যদিও সাংবাদিক গৰাকীৰ মৃত্যুৰ ৰহস্য এতিয়ালৈকে পোহৰলৈ অহা নাই।আৰু সেয়ে হয়টো পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ ভাৰ এতিয়া চি আই ডিৰ ওপৰত ন্যস্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷প্ৰকৃততে কি পৰিস্থিতিত সাংবাদিক গৰাকীয়ে মৃত্যুবৰণ কৰিলে এই সমগ্ৰ ঘটনাৰাজি চি আই ডিয়ে পুংখানুপুংখভাৱে তদন্ত কৰিব৷আৰু ইয়াৰ ফলত তেওঁৰ মৃত্যুৰ ৰহস্য অতি শিঘ্ৰেই ফাদিল হব বুলি আশা কৰা হৈছে।
Advertisement
Friday, November 13, 2020

মুখ্যমন্ত্ৰীয়ে পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ ভাৰ দিলে CIDক
Tags
# news
Share This

About Social Media Journalism
news
Tags:
news
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment