পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 13, 2020

পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

তিনিচুকীয়া জিলাৰ সদ্যপ্ৰয়াত সংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ CBI তদন্ত কৰি দোষীক অতিশীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী সম্পন্ন কৰা হয়।

এই বলিষ্ঠ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহন কৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰায় শতাধিক নেতা কৰ্মীক আটক কৰে অসম আৰক্ষীয়ে।




No comments:

Post a Comment

Advertisement

Pages