পোহৰৰ উৎসৱ দীপান্বিতা - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 13, 2020

পোহৰৰ উৎসৱ দীপান্বিতা

 উত্তৰ ভাৰতত দেৱালী মুঠতে পাঁচ দিন ধৰি

পালন কৰা হয়.. 

১/দেৱালীৰ প্ৰথম দিনা "ধনতেৰচ"। 

  সেইদিনা লক্ষ্মী আই আৰু ধনৰ দেৱতা কুবেৰক পূজা কৰা হয় আৰু..সোণ.. ৰূপ.. তামৰ বস্তু ক্ৰয় কৰি... পূজা কৰি.. ধন সম্পত্তিৰ.. 

  বৃদ্ধিৰ কামনা কৰা হয়.. 


২/দ্বিতীয়দিনা ভূত চতুদৰ্শী বা সৰু দেৱালী। 

সেইদিনা মৃতকসকলক সদ্গতিৰ বাবে.. 

  প্ৰাৰ্থনা জনোৱা হয় আৰু মৃতকক স্বৰ্গৰ বাট

দেখুৱাবলৈ চাকি জলোৱা হয়।। 

  সেইদিনা অসম.., পচিমবংগ.., আদিত শ্যামা বা

কালী পূজা কৰা হয়.. 


৩/তৃতীয়দিনা আচল দেৱালী.. 

 সেইদিনা লক্ষ্মী পূজাৰ বাবে.., দেৱীক আৱাহন কৰিবলৈ.., ঘৰ-দুৱাৰ.. দোকান.. পোহাৰ পৰিষ্কাৰ কৰি.. সকলোফালে সজাই পৰাই তোলা হয়। 

  সকলোফালে চাকি ৰু.., আজিকালি লাইট জ্বলাই.. পোহৰাই তোলা হয়.. 

  বিশ্বাস আছে যে=সেইদিনা দেৱী লক্ষ্মী ঘৰে ঘৰে.. 

ভ্ৰমণ কৰে আৰু যাৰ ঘৰত.. 

 চাফ-চিকুন আৰু শান্তিৰ পোহৰ দেখে.. 

 তাতে তেওঁ বাস কৰে.. 


৪/চতুৰ্থদিনা গোৰ্বধন পূজা.. 

  সেইদিনা ভগৱান শ্ৰী কৃষ্ণৰ পূজা কৰা হয়। 

গৰুৰ গোবৰৰে গোবৰ্ধন পৰ্বত বনাই চোতালত

  সজোৱা হয় আৰু তাতে.. মানুহে পূজা কৰে। 

মানুহে বিশ্বাস কৰে যে-ভগৱান  শ্ৰী কৃষ্ণই হাতৰ কেঞা আঙুলিৰে গোবৰ্ধন পৰ্বত দাঙি.. 

 অকস্মাৎ অহা বতাহ বৰষুণ.. শিলাবৃষ্টিৰ পৰা গকোলৰ প্ৰজাক ৰু গো-ধনসমূহক ৰক্ষা কৰিছিল। 


৫/পঞ্চমদিনা অৰ্থাৎ দেৱালীৰ শেষৰদিনা 

ভাতৃ দ্বিতীয়া। সেইদিনা ভগ্নীয়ে ভাতৃসকলক

  চাউল ৰু সেন্দুৰৰ ফোট দি তেওঁলোকৰ দীৰ্ঘায়ু

কামনা কৰে ৰু বিভিন্ন ব্যঞ্জনেৰে

 তেওঁলোকক আপ্যায়ন কৰে.......

বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰেখামনি চাৰিঙীয়াৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো গল্প কবিতা ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages