আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 27, 2020

আজিৰ ৰাশিফল

 


শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                          ১১ আঘোণ , শুক্ৰবাৰ,ইং ২৭ নৱেম্বৰ ২০২০। 

সূৰ্য্যোদয় ঘ:৫/৫৪/৩৯সূৰ্য্যাস্ত ঘ:৪/২৭/২১


ৰাশি -  মেষ ৰাশি।

তিথি - শুক্লা দ্বাদশী । ঘ:৭/৪৬/৪০লৈ।

নক্ষত্ৰ  - অশ্বিনী ,ৰা:ঘ:১২/২৩/৫০লৈ।

আদ্যঋতু হলে - দু:শীলা যোগ।

যাত্ৰা :-  নৈঋত কোনত নাই । ঘ:৭/৪৬/৪০ যোৱাত দক্ষিণ দিশত নাই।

যোগিনী :- নৈঋত কোনত  । ঘ:৭/৪৬/৪০ যোৱাত দক্ষিণ দিশত ।

মৰণত দোষ:-  এপদ। ঘ:৭/৪৬/৪০ যোৱাত নাই।

ভক্ষাভক্ষ্য :- পূৰৈ শাক,ঘ/৭/৪৬/৪০ যোৱাত বেঙেনা খোৱা নিষেধ । 


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত বিদ্যাৰ দিশত উন্নতি হব , যদিও ভ্ৰমনত সামান্য কষ্ট পাৱ পাৰে, লগতে কৰ্মত সজাগ নহলে মিছা অপৱাদ পোৱাৰ যোগ দেখা যায় ।  

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিবাদ নিস্পত্তি হব, উত্তম ভোজন লাভ হব, যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন হব ,অৰ্থ আগমন হব ,লগতে মনত শান্তি বৃদ্ধি  হোৱাৰ যোগ দেখা যায়‌।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত ভ্ৰমনত কষ্ট পাৱ পাৰে, মনৰ আশা ভংগ হব পাৰে ,লগতে সজাগ নহলে সামান্য পাৰিবাৰিক অশান্তি হোৱাৰ যোগ  দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম পৰিৱৰ্তন হব পৰে, মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে সজাগ নহলে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ধন মান লাভ হব, আৰ্থিক দিশত উন্নতি হব,ৰোগাৰোগ্য হব, লগতে মানসিক দিশত উন্নতি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, প্ৰাপ্য ধন আদায় হব পাৰে যদিও সজাগ নহলে মনত সামান্য চিন্তা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, সঞ্চয় মনোভাৱ বাঢ়িব,যদিও কৰ্মত সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন মান প্ৰাপ্তি হব, কৰ্ম মৰ্য্যদা লাভ হব, লগতে বন্ধু লাভ  হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মত যোগাযোগ হব, যদিও সজাগ নহলে ক্ষতি হব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ   যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে কৰ্মত এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব পাৰে, ধন সম্পত্তি লাভ হব, যদিও সজাগ নহলে সামান্য চকুত অসুখ  হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205


বিঃদ্ৰঃ কোনো প্ৰতিষ্ঠিত জ্যোতিষীয়ে আমাৰ ৰাশিফল শিতানত নিতৌ ৰাশিফল পথাব বিছাৰে যদি তলৰ ফোন নম্বৰত যোগাযোগ কৰক

ফোন নং - ৯৮৫৪৭৯৯৫৭৭


No comments:

Post a Comment

Advertisement

Pages