আজিৰ ৰাশিফক - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 28, 2020

আজিৰ ৰাশিফক


শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                         ১২আঘোণ , শনিবাৰ,ইং ২৮ নৱেম্বৰ ২০২০। 

সূৰ্য্যোদয় ঘ:৫/৫৫/৫৩সূৰ্য্যাস্ত ঘ:৪/২৭/১৮


ৰাশি -  মেষ ৰাশি।

তিথি - শুক্লা ত্ৰযোদশী । ঘ:১০/২১/৫৭ লৈ।

নক্ষত্ৰ  - ভৰণী ,শে:ৰা:ঘ:৩/১৯/৫৫ লৈ।

আদ্যঋতু হলে - দু:শীলা যোগ।

যাত্ৰা :-  দক্ষিণ দিশত নাই । ঘ:১০/২১/৫৭ যোৱাত পশ্চিম দিশত নাই।

যোগিনী :- দক্ষিণ দিশত । ঘ:১০/২১/৫৭ যোৱাত পশ্চিম দিশত ।

মৰণত দোষ:-  এপদ। ৰা:ঘ:৩/১৯/৫৫ যোৱাত ত্ৰিপদ।

ভক্ষাভক্ষ্য :- বেঙেনা,ঘ/১০/২১/৫৭  যোৱাত মাছ মাংস খোৱা নিষেধ । 


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে শত্ৰুৰ পৰা সাৱধান হোৱাৰ যোগ দেখা যায় ।  

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ লাভ হব পাৰে, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে সজাগ নহলে সামান্য গৃহ অশান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ সহায় লাভ হব, যদিও সজাগ নহলে মনত সামান্য কষ্ট  পোৱাৰ যোগ দেখা যায়‌।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, মনত আনন্দ বাঢ়িব, লগতে সুখ বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব যদিও সজাগ নহলে মনৰ উৎসাহ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ভ্ৰমনত সুখ লাভ হব, সাহিত্য সেৱাত মনোনিবেশ হব, লগতে প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত আমোদ প্ৰমোদ বাঢ়িব, যদিও সজাগ নহলে দেহ মনত সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ আগমন হব, আনৰ প্ৰশংসা লাভ হব, লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বৃদ্ধি হব, প্ৰেমত আনন্দ বাঢ়িব, যদিও সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম দক্ষতা বাঢ়িব, লগতে ধন আৰু সন্মান প্ৰাপ্তি  হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত উপাৰ্জন বৃদ্ধি হব, মদিও আজি ভ্ৰমনত সজাগ হব, লগতে সজাগ নহলে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, ভ্ৰমনৰ সুযোগ লাভ হব যদিও ব্যৱসায়িক দিশত সজাগ নহলে লোকচানৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205


বিঃদ্ৰঃ কোনো প্ৰতিষ্ঠিত জ্যোতিষীয়ে আমাৰ ৰাশিফল শিতানত নিতৌ ৰাশিফল পথাব বিছাৰে যদি তলৰ ফোন নম্বৰত যোগাযোগ কৰক

ফোন নং - ৯৮৫৪৭৯৯৫৭৭


No comments:

Post a Comment

Advertisement

Pages