হাৰ্টৰ ৰোগীৰ বাবে আশীৰ্বাদ স্বৰূপ আঁহত গছৰ পাত - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 28, 2020

হাৰ্টৰ ৰোগীৰ বাবে আশীৰ্বাদ স্বৰূপ আঁহত গছৰ পাত


আঁহত গছৰ পাতে (বামুনি আঁহত ) blockage  অষ্ট্ৰপচাৰ নকৰাকৈ খুলি দিব পাৰে । 


15-20 টা পাত (বেছি কোমল নলব )  2 গিলাচ পানীত উতলাই এক গিলাচ কৰি দিনত তিনি বাৰকৈ খাওক । 


মাজত 3 ঘণ্টাৰ ব্যৱধান থকাটো প্ৰয়োজন । এমাহমান খোৱাৰ পিছত পৰীক্ষা কৰাই চাব ।


দুৰ্বল হৃদযন্ত্ৰৰ ৰোগীসকলেও এইটো বিধান ব্যৱহাৰ কৰিব পাৰিব । 


একেটা বিধান যিসকলৰ  তেজৰ শৰ্কৰা ( suger ) কোনো ঔষধ খাই কমাব পৰা নাই , তেওঁলোকেও এই বিধান কিছুদিন কৰিলেই কমাব পাৰিব । 

ডায়েবেটিচ ৰোগীয়ে দিনত এবাৰকৈ ৰাতিপুৱা খালি পেটত খাব লাগে । 

অসমৰ প্ৰতিখন গাওঁতেই আঁহত গছ পোৱা যায় ।  

এজন মধুমেহ ৰোগীয়ে মাহে 1200-1500  টকাৰ ঔষধ খাব লগা হয় । তথাপিও  ঠিক কৰিব নোৱাৰে । 


প্ৰতিখন গাঁওৰ পৰা মাহে 50 হেজাৰৰ ৰ পৰা 2 লাখ টকা পৰ্যন্ত  ডায়েবেটিচৰ ঔষধৰ নামত বাহিৰত ওলাই যায় ।  


হাৰ্টৰ ৰোগীয়ে অস্ত্ৰোপচাৰ কৰিলে 5-6 লাখ খৰচ হোৱাৰ উপৰিও  অষ্ট্ৰপচাৰৰ পিছত গোটেই জীৱন ঔষধ খাই থাকিবলগা হয় । প্ৰতিমাহে এজন ৰোগীৰ 500-600 টকা খৰচ হৈ থাকে ।


এতিয়া যদি কোনোবা নিবনুৱা ডেকা বন্ধুৱে  ৰাজহুৱা স্থানত থকা আঁহত গছৰ পাতবোৰ আনি শুকাই  গুড়ি কৰি ভালকৈ  পেকেট কৰি ঘৰে ঘৰে বিক্ৰী কৰে , নাইবা গেলামাল দোকানৰ দ্বাৰা বিক্ৰী কৰে , তেন্তে প্ৰতিখন গাঁওৰ পৰা 4-5 জন নিবনুৱা স্বাৱলম্বী হব পাৰিব । 


প্ৰথম অৱস্থাত হয়তো ওচৰৰ পাজৰৰ চকু চৰহা বোৰে বেপাৰী বুলি হাঁহিব , কিছুদিন পিছত সিহঁতেই টকা ধাৰলৈ খুজিব আহিব ।

-আচাৰ্য পংকজ পাঠক

No comments:

Post a Comment

Advertisement

Pages