তৰুণ গগৈ ছাৰলৈ মনত পৰিছে-জুবিন গাৰ্গ: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 23, 2020

তৰুণ গগৈ ছাৰলৈ মনত পৰিছে-জুবিন গাৰ্গ:


বিভিন্ন জনৰ লগতে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গেও সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ জনালে শ্ৰদ্ধাঞ্জলি।জুবিন গাৰ্গে এদাল মমবাতি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গল। লগতে তেওঁ দুখ প্ৰকাশ কৰি কয় যে , "তৰুণ গগৈ ছাৰলৈ মনত পৰিছে,তেওঁ এজন মহান মানৱ আৰু বহু প্ৰজন্মৰ বাবে তেওঁ প্ৰেৰণা, RIP"
-জুবিন গাৰ্গ।
 

No comments:

Post a Comment

Advertisement

Pages