অসম সন্তান তথা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান "ৰিপাব্লিক টিভিৰ" মুখ্য পৰিচালন সঞ্চালক অৰ্ণব গোস্বামীক আজি পুৱাই গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে।প্ৰায় ৩০ জনীয়া এটা আৰক্ষীৰ দলে মুম্বাই স্থিত গোস্বামীৰ বাসগৃহৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।জানিব পৰা মতে এটা পোৰনা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ড বিধি আইনৰ ৩০৬ ধাৰাৰ অধিনত গ্ৰেপ্তাৰ কৰা হৈছে।এজন দাগী অপৰাধীৰ দৰে টানি-আঁজোৰি আৰক্ষীয়ে লৈ যায় দেশৰ আগশাৰীৰ সাংবাদিক গৰাকীক।গোস্বামীয় তথা তেওঁৰ পুত্ৰক শাৰীৰিক ভাবে আৰক্ষীয়ে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে অৰ্ণব গোস্বামীয়ে।বিষয়টোক লৈ এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Advertisement
Wednesday, November 4, 2020
অৰ্ণব গোস্বামী গ্ৰেপ্তাৰ।
Tags
# news
Share This
About Social Media Journalism
news
Tags:
news
Subscribe to:
Post Comments (Atom)


No comments:
Post a Comment