অনুসূচীত জনজাতি আৰু পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে চৰকাৰে জলপানি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷এই জলপানী আবেদনৰ বাবে আবেদন জনোৱা শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ বছেৰেকীয়া আয় ২.৫০ লাখ টকাৰ ভিতৰত হব লাগিব।আবেদন পত্ৰ দাখীল কৰাৰ অন্তিম তাৰিখ হৈছে ৩০ নৱেম্বৰ,২০২০।শিক্ষাৰ্থীসকলৰ বাবে আবেদন পত্ৰ প্ৰমাণিকীকৰণৰ অন্তিম তাৰিখ হৈছে ৩১ ডিচেম্বৰ,২০২০।শিক্ষাৰ্থীসকলে আবেদনৰ জনাবৰ বাবে তলৰ ৱেবচাইটোত সংযোগ কৰক
ৱেবছাইট - scholarships.gov.in
No comments:
Post a Comment