যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অন্তৰ্গত মেলামাটি কালী মন্দিৰ থলীত বিগত ১১ টা বছৰৰ দৰে এই বছৰো উলহ মালহেৰে উদযাপন হৈ যায় দ্বাদ্বশ (১২) সংখ্যক দুৰ্গা পূজা।শেহতীয়া দুৰ্গা পূজাৰ মহা নৱমীৰ দিনটোত উক্ত কালী মন্দিৰত অনুষ্ঠিত হৈ যোৱা কুমাৰী পূজাত ভাগ লোৱা তিনিগৰাকী মৰমলগা কণমানিয়ে পূজা মণ্ডপত উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।চাও আহক মেলামাটি কালী মন্দিৰৰ কুমাৰী পূজা ভাগৰ মৰমলগা কণমানি কেইটি।
Advertisement
Wednesday, October 28, 2020
মেলামাটি কালী মন্দিৰৰ দুৰ্গোৎসবৰ কুমাৰী পূজা।
Tags
# religious
Share This
About Social Media Journalism
religious
Tags:
religious
Subscribe to:
Post Comments (Atom)


No comments:
Post a Comment