আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 16, 2020

আজিৰ ৰাশিফল

শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                         ৩০ কাতি , সোমবাৰ,ইং ১৬ নৱেম্বৰ ২০২০। 

সূৰ্য্যোদয় ঘ:৫/৪৪/৫৪সূৰ্য্যাস্ত ঘ:৪/২৬/৪৮


ৰাশি - বৃশ্চিক ৰাশি।

তিথি - শুক্লা প্ৰতিপদ ।দি: ঘ:- ৮/৫৬/১৮ লৈ।

নক্ষত্ৰ  - অনুৰাধা স:ঘ:৫/২৯/৪২ লৈ।

আদ্যঋতু হলে - প্ৰতিহীনা যোগ।

যাত্ৰা :-  পূৱ দিশত নাই । দি:ঘ: ৮/৫৬/১৮ যোৱাত উত্তৰ দিশত নাই ।

যোগিনী :- পূৱ দিশত  । দি:ঘ: ৮/৫৬/১৮ যোৱাত উত্তৰ দিশত ।

মৰণত দোষ:- নাই, দি:ঘ: ৮/৫৬ /১৮ যোৱাত এপদ। 

ভক্ষাভক্ষ্য :- কোমোৰা, দি:ঘ: ৮/৫৬/১৮ যোৱাত তিতা খোৱা নিষেধ । 


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত ব্যৱসায়ত শুভ,যদিও ভ্ৰমনত কষ্ট পাৱ পাৰে লগতে মনত সামান্য ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।  

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ, আত্মীয়ৰ আগমন হব, যদিও সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ, ধন আগমন হব, লগতে আয় বৃদ্ধি  পোৱাৰ   যোগ দেখা যায়‌।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত  ধন মান লাভ হব যদিও সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন হব পাৰে লগতে মনত সামান্য কষ্ট  পোৱাৰ  যোগ  দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ সুখ বাঢ়িব, ধন আগমন হব যদিও কৰ্মত সজাগ নহলে আনৰ নিন্দনিয় হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত আৰ্থিক দিশত সফলতা লাভ কৰিব, লগতে ধন লাভ হব ,সন্মান মান লাভ হোৱাৰ  যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত অৰ্থ লাভ হব, যদিও মনত সামান্য চিন্তা ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে সন্মান হানি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ সুখ লাভ হব, যদিও মনত সামান্য চিন্তা আৰু উদ্বিগ্ন তা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম পৰিৱৰ্তন হব পাৰে, মনৰ আশা পুৰণ হব, যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ, প্ৰেম আৰু কৰ্মত শুভ, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত প্ৰেমত শুভ, দ্ৰব্য লাভ হব, যদিও সামান্য পাৰিবাৰিক পীড়া হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, যদিও মনত সামান্য উৎকণ্ঠা বাঢ়িব পাৰে, লগতে সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205

No comments:

Post a Comment

Advertisement

Pages