আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 20, 2020

আজিৰ ৰাশিফল


মেষ ৰাশি - ব্যৱসায়ত উন্নতি । শিক্ষাৰ্থী সকলৰ বাবে শুভ।কৰ্মত শত্ৰুৱে ক্ষতি কৰিব পাৰে ।অৰ্থ ব্যয় হ'ব।প্ৰেমত ইমান বেয়া নহয় ।দিনটো সতৰ্ক হৈ চলক ।সন্তানে মনত আনন্দ দিব ।


বৃষ ৰাশি  - সন্তানৰ বাবে চিন্তনীয় । কৰ্মত মন দিয়ক ।হাতলৈ ধন আহিব যদিও অযথা খৰছ হব ।ঈশ্বৰ উপাসনা কৰক।ব্যৱসায়ত মধ্যম ।প্ৰেমত ইমান ভাল নহয় ।

মিথুন ৰাশি -  শত্ৰুৰ দ্বাৰা প্ৰতাৰিত হব পাৰে ।কৰ্মত ভাল দৰে মন দিয়ক ।সমাজত সুনাম আহৰণ কৰিব পাৰিব ।ব্যৱসায়ত মন দিয়ক ।প্ৰেমত শুভ।বিদ্যাত শুভ।পঢ়াত শুভ ।

কৰ্কট ৰাশি-  ব্যৱসায়ত শুভ । পুৰণি বন্ধু লগ পাব।প্ৰেমত ইমান বেয়া নহয় ।দিনটোত সতৰ্ক হৈ চলক ।স্বামী স্ত্ৰীৰ মাজত মতানৈক্য হব পাৰে ।বিদ্যাত ভালেই ।

সিংহ ৰাশি-  স্বাস্থ্যৰ প্ৰতি যতন লব । বন্ধুৱে  ক্ষতি কৰিব পাৰে।অৰ্থ ব্যয় হ'ব।ব্যৱসায়ত শুভ মধ্যম ।প্ৰেমত বদনাম আহিব পাৰে ।

কন্যা ৰাশি-  আত্মীয়ৰ পৰা সহায় পাব পাৰে । স্বাস্থ্যত ইমান ভালে নাযাব ।ব্যৱসায়ত শুভ ।পঢ়াত ভালেই ।

তুলা ৰাশি -  ব্যয়সায়ত শুভ ।স্বাস্থৰ যতন লওক।প্ৰেমত মধ্যম । শত্ৰুৰ পৰা সাৱধানে চলিব ।সন্তানৰ ক্ষেত্ৰত মধ্যম ।

বৃশ্চিক ৰাশি  - পাৰিবাৰিক ক্ষেত্ৰত বিৰোধ ।কৰ্মত সফলতা লাভ।ব্যৱসায়ত শুভ ।অৰ্থ প্ৰপ্তি হ'ব ।প্ৰেমত ইমান বেয়া নহয় । নিজৰ মন ভাব অন্যজনক প্ৰকাশ নকৰাই ভাল।

ধনু ৰাশি-  ক্ৰীড়াত শুভ । সম্পদ লাভ হ'ব পাৰে । কৰ্মত মন দিয়ক ।বিদ্যাত বেয়া নহয় । পাৰিবাৰিক অশান্তি হব পাৰে । দুচকীয় বাহনৰ পৰা সাৱধান হ'ব।ব্যৱসায়ত শুভ ,প্ৰেমত জেদ বৃদ্ধি পাব।

মকৰ ৰাশি -  শৰীৰ মধ্যম । সমাজত সুনাম আহৰণ কৰিব পাৰিব ।পুৰণি ৰোগে মনত অশান্তি দিব পাৰে ।ব্যৱসায়ত মধ্যম ।প্ৰেমিক -প্ৰেমিকাৰ শুভ l জেদ,অহংকাৰ ভাব ত্যাগ কৰক ।

কুম্ভ ৰাশি - কৰ্মত পৰিৱৰ্তন । চাকৰিয়াল সকলৰ বাবে মধ্যম ।যান বাহনৰ পৰা সাৱধান ।প্ৰেমত ইমান বেয়া নহয় ।ব্যৱসায়ত মধ্যম ।

মীন ৰাশি -  বহুদিনীয়া আশা পূৰণ হব ।শত্ৰুৰ পৰা সাৱধান হ'ব।কৰ্মত ভাল দৰে মন দিয়ক ।গৃহত সমস্যা আহিব পাৰে ।খৰচ বৃদ্ধি হ'ব।

No comments:

Post a Comment

Advertisement

Pages