অভ্যুত্থানমধৰ্মস্য তদাত্মানং সৃজাম্যহম ৷৷
পৰিত্ৰানায় সাধুনাং বিনাশায়চ্ দুষ্কৃতাম্ ৷
ধৰ্মসংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে ৷৷
অৰ্থাৎ, “হে ভাৰত সন্তান অৰ্জুন যতে যেতিয়াই ধৰ্মৰ অবনতি ঘটে,আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয়,তেতিয়াই মই অৱতাৰ হৈ নিজকে প্ৰকাশ কৰো ৷সাধু সকলৰ পৰিত্ৰাণৰ বাবে,দুষ্ট সকলৰ বিনাশৰ হেতু আৰু ধৰ্মৰ নীতি নিয়ম সমূহ পুনৰ প্ৰতিষ্ঠাৰ বাবে মই যুগে যুগে অৱতাৰ গ্ৰহণ কৰো ৷”
কৃষ্ণ°°°কৃষ্ণ°°°কৃষ্ণ
(শ্ৰদ্ধাৰেঃ--কমল লোচন পাঠক ৷)
No comments:
Post a Comment