আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান" (RILEM)ত উপস্থিত হৈ সামগ্ৰিক কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ। - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 4, 2020

আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান" (RILEM)ত উপস্থিত হৈ সামগ্ৰিক কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ।

মুখ্যমন্ত্ৰীমুখ্যম সোণোৱালে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ সৈতে কামৰূপ জিলাৰ ৰাণীস্থিত "আঞ্চলিক পশুধন উদ্যমিতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান" (RILEM)ত উপস্থিত হৈ সামগ্ৰিক কাম-কাজৰ পৰ্যালোচনা কৰে।

মুখ্যমন্ত্ৰীয়ে বিষয়াবৰ্গৰ সৈতে মত বিনিময় কৰাৰ লগতে "আফ্ৰিকান ছোৱাইন ফিভাৰ" প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ গ্ৰহণ কৰে।

 "গাহৰি গৱেষণা কেন্দ্ৰ"ৰ লগত সন্মিলিতভাৱে কাম কৰিবলৈ আৰু গাহৰিবোৰক ৰক্ষা কৰাৰ বাবে নিৰ্দিষ্ট ৰ'ডমেপ প্ৰস্তুত কৰিবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু বন বিভাগৰ বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।


একেটা চৌহদতে মুখ্যমন্ত্ৰীয়ে Nucleus Pig Breeding Unit আৰু দুগ্ধ উৎপাদন গোট পৰিদর্শন কৰে।

No comments:

Post a Comment

Advertisement

Pages