লকডাউনৰ বাবে দীৰ্ঘদিন ধৰি সুদূৰ মুম্বাইত আবদ্ধ হৈ থকা জুবিন গাৰ্গে ইতিমধ্যে নিজ মাতৃভূমি অসমলৈ ঘুৰি অহাৰ ইংগিত দিছে তেওঁৰ ফেচবুক পেজ যোগে।যিহেতু বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসম বাসীক গৃহাভিমুখী যাত্ৰাৰ সুবিধা প্ৰদান কৰাৰ বাবে বিশেষ পৰিকল্পনা হাতত লৈছে অসম চৰকাৰে।
সেয়ে আজি জুবিন গাৰ্গে তেওঁৰ ফেচবুক পেজত ওপৰৰ ছবি খন প্ৰকাশ কৰি "যাবলৈ ৰেদী,খোলিলেই হল" শিৰ্ষক এটা বিশেষ প'ষ্ট আপল'দ দিয়া দেখিবলৈ পোৱা গৈছে।
No comments:
Post a Comment