আজি অৰ্থাৎ মঙলবাৰে দিল্লীত কৰ'নাত আক্ৰান্ত হৈ মৃত্যু হোৱা দুৰ্গীভয়া CRPF জোৱান জনৰ ঘৰ আছিল বৰপেটা জিলাৰ সৰুপেটাৰ বৰবড়িত।মৃত জোৱানজনৰ নাম আছিল ইক্ৰাম হুছেইন।যোৱা ২৩ এপ্ৰিলত তেওঁ COVID19 Positive বুলি চিনাক্ত হৈছিল আৰু দিল্লীতেই চিকিৎসাধীন হৈ আছিল।আৰু আজি তেওঁৰ মৃত্যুৰ বাতৰিয়ে জোকিৰি গৈছে সমগ্ৰ অসম
No comments:
Post a Comment