অসমত কৰ'না ৰোগীৰ সংখ্যা ৩৭ জনলৈ বৃদ্ধি, স্বাস্থ্য মন্ত্ৰীৰ সতৰ্কবাণী। - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 28, 2020

অসমত কৰ'না ৰোগীৰ সংখ্যা ৩৭ জনলৈ বৃদ্ধি, স্বাস্থ্য মন্ত্ৰীৰ সতৰ্কবাণী।


বঙাইগাঁও জিলাৰ শালমাৰাৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী আৰু গোৱালপাৰা জিলাৰ এগৰাকী ব্যক্তি কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি আজি পৰীক্ষাত ধৰা পৰিছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত সতৰ্কবাণী অসমৰ ৰাইজৰ আগত প্ৰকাশ কৰে।আৰু লগতে তেওঁ মতামত আগ বঢ়াই যে " কৰ'নাত আক্ৰান্ত এই দুয়োগৰাকীয়ে নিজামুদ্দিন মাৰ্কাজত উপস্থিত থাকি ইতিমধ্যে কোভিড-১৯ত আক্ৰান্ত হোৱা ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল ৷
            ইয়াৰ ফলত অসমত এনে ৰোগীৰ সংখ্যা ৩৭ জন হ'ল ৷ ইয়াৰে ২৭ গৰাকীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি পাইছে ৷ সম্প্ৰতি ৯ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷"

No comments:

Post a Comment

Advertisement

Pages