ক'তাৰ পৰা আহি ৩৯১ গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত হলহি অসমত। ক'ত ৰখা হল ছাত্ৰ ছাত্ৰী সকলক ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, April 27, 2020

ক'তাৰ পৰা আহি ৩৯১ গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত হলহি অসমত। ক'ত ৰখা হল ছাত্ৰ ছাত্ৰী সকলক ?



দীঘলীয়া বাট অতিক্ৰম কৰি ৰাজস্থান ক'তাৰ পৰা আহি ৩৯১ গৰাকী ছাত্ৰ-ছাত্ৰী উপস্থিত হলহি অসমত। 


আজি পুৱা প্ৰায় ৩ বজাত উপস্থিত হয়হি ছাত্ৰ-ছাত্ৰী সকল।


ৰেল ষ্টেচনৰ পৰা ছাত্ৰ-ছাত্ৰী সকলক পোনেপোনে লৈ অনা হয় সৰুসজাই ষ্টেদিয়ামলৈ।


সৰুসজাই ষ্টেদিয়ামত পুৱাই উপস্তিত আছিল স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।


মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে কিছু মত বিনিময় কৰে।


এতিয়া ১৪ দিনৰ বাবে ক'ৰেনণ্টাইনত ৰখা হব এই ছাত্ৰ-ছাত্ৰী সকলক।


সৰুসজাইত নিৰ্মান কৰি ৰখা আছুতীয়া ক'ৰেনণ্টাইন গৃহত ৰখা হব ছাত্ৰ-ছাত্ৰী সকলক।


ছাত্ৰ-ছাত্ৰী সকলে নিজ মাতৃভূমিত উপস্থিত হবলৈ পাই যথেষ্ট আনন্দ প্ৰকাশ কৰিছে।


No comments:

Post a Comment

Advertisement

Pages