অসমত কৰ'না আক্ৰান্তৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি। - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 5, 2020

অসমত কৰ'না আক্ৰান্তৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি।



অসমত কৰ'না আক্ৰান্তৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি
কোকৰাঝাৰ জিলাৰ এগৰাকী ব্যক্তি কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ এই ব্যক্তিগৰাকীয়ে কোচ বিহাৰ ভ্ৰমণ কৰাৰ তথ্য পোৱা গৈছে ৷
▶️ ইয়াৰ ফলত অসমত এনে ৰোগীৰ সংখ্যা ৪৪ জন হ'লগৈ ৷
▶️ ইয়াৰে ৩২ গৰাকীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি পাইছে আৰু এগৰাকীৰ বিয়োগ হৈছে ৷
▶️ ৰাজ্যত সম্প্ৰতি ১০ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷

No comments:

Post a Comment

Advertisement

Pages