অসমত একে দিনাই ১৫ জন কৰ'না ৰোগী চিনাক্ত,অসমত কৰ'নাত আক্ৰান্তৰ সংখ্যা ৭৯লৈ বৃদ্ধি : গুৱাহাটীত নতুনকৈ ১৫ জন ব্যক্তিৰ দেহত পোৱা গৈছে কৰ'না ভাইৰাছ। ।উল্লেখযোগ্য যে, এই আটাইকেইজনেই গুৱাহাটীৰ ফাঁচি বজাৰৰ কোৰোণাত আক্ৰান্ত হোৱা মাংগু সাহানী নামৰ ব্যক্তিজনৰ সংস্পৰ্শলৈ আহিছিল।উল্লেখ্য যে বৰ্তমানলৈকে অসমত কৰ'নাত আক্ৰান্তৰ সংখ্যা ৭৯ জনলৈ বৃদ্ধি পালে। ইয়াৰে ৩৯ জনক চিকিত্সালয়ৰ পৰা ৰিলিজ দিয়া হৈছে। বৰ্তমান ৩৭ জন চিকিত্সাধীন হৈ আছে।
Advertisement
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment