![]() |
লকডাউনৰ বাবে হয়টো বহু ভোকত আছিল পথৰ এইজাক কুকুৰ। |
কাৰন দোকান সমূহ খোলা থাকোতে বিভিন্ন জনে পথৰ এই কুকুৰ বিলাকক খাদ্য সামগ্ৰী আগ বঢ়াই দিছিল।
কিন্তু বৰ্তমানৰ লকডাউনৰ বাবে দোকান সমূহ বন্ধ হৈ পৰাত যথেষ্ট খাদ্য সংকতত পৰিছিল এই কুকুৰ জাক।
তেনেস্থলত শিৱসাগৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন পথত ভোকাতুৰ অৱস্থাত ঘোৰি ফুৰা এনে কুকুৰ সমূহৰ বাবে খাদ্য যোগান ধৰে।
শিৱসাগৰ আৰক্ষীৰ এনে পদক্ষেপক এতিয়া বিভিন্ন জনে প্ৰশংসা জনাইছে।







No comments:
Post a Comment