সোণৰ ঠুৰীয়াৰ ঠাইত উলাল চাৰিটা শিলগুটি।সাৱধান হওক,আপোনাৰ ক্ষেত্ৰটো এনে হব পাৰে। - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 20, 2020

সোণৰ ঠুৰীয়াৰ ঠাইত উলাল চাৰিটা শিলগুটি।সাৱধান হওক,আপোনাৰ ক্ষেত্ৰটো এনে হব পাৰে।


"যোৱা কালি দিনৰ প্ৰায় ১২ বজাত মোৰ ঘৰত মোৰ  আইতা অকলে আছিল। আৰু সেই সময়তে ২ জন অচিনাক্ত মানুহ বাইকেৰে আমাৰ ঘৰত আহে। তেওঁলোকে নিজকে সোণৰ অলংকাৰ চাফা কৰা মানুহ বুলি চিনাকি দিয়ে। বেছি জোৰ কৰাত  আইতা কাণৰ ঠুৰিয়া দিলে ,প্ৰায় ৭০ বছৰ পুৰণি ।চাফা হলেও হক বুলি , তাৰ পৰা এটা পেকেতত কিবা mix কৰি  ২০ মিনিত পাছত চাবলৈ কৈ মানুহ ২ জন গুছি যায়। অলপ সময়ৰ পাছত আমি আহি পাই দেখো পেকেতোত ৪ টা শিলগুটি আছে। এই postটো এই কৰণেই দিছো, যাতে   সকলো ৰাইজ সজাগ হয়। ২ জন মানুহ ভগা ভগা অসমীয়া কৈছিল আৰু গুপি নগৰ কলনি,লখিমপুৰ বুলি চিনাকি দিছিল।...ঘতনাৰ স্থান  - হাতীলুং যোৰহটীয়া গাওঁ,লখিমপুৰ"।

Social Media Journalism গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য যাদৱ শইকীয়া ডাঙৰীয়াই এই সমগ্ৰ ঘটনা আমাৰ গ্ৰপত প্ৰকাশ কৰিছে।সজাগতাৰ বাবে আপোনালোকলৈ আগ বঢ়াই দিয়া হল।

No comments:

Post a Comment

Advertisement

Pages