এতিয়াৰে পৰা "আজিৰ আকৰ্ষণ"ত প্ৰকাশ পাব চাৰিখনকৈ ছবি,চাওক SMJ গ্ৰুপৰ এইগৰাকী মোহময়ী সদস্যাৰ আনকেইখন ছবি। - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, January 20, 2020

এতিয়াৰে পৰা "আজিৰ আকৰ্ষণ"ত প্ৰকাশ পাব চাৰিখনকৈ ছবি,চাওক SMJ গ্ৰুপৰ এইগৰাকী মোহময়ী সদস্যাৰ আনকেইখন ছবি।



"আজিৰ আকৰ্ষণ"ত বহ্নিশিখা দত্ত
এই শিতানত আপুনিও ছবি প্ৰকাশ কৰিবৰ বাবে আবেদন জনাব বিছাৰে যদি এই প'ষ্টটোৰ কমেন্তত A লিখক।যদি আবেদকাৰীৰ ফেচবুক একাউন্তত এই শিতানত প্ৰকাশ কৰিব পৰাকৈ উচ্চ মানদণ্ডৰ ছবি মজুত আছে।তেন্তে আমাৰ দ্বাৰা তেওঁৰ একাউণ্টৰ পৰা চাৰিখন আকৰ্ষণীয় ছবি সংগ্ৰহ কৰি নিশ্চয় এই শিতানত প্ৰকাশৰ বাবে নিৰ্বাচিত কৰা হব।


যিহেতু প্ৰতিদিনেই আমাৰ এই শিতানত ছবি প্ৰকাশৰ বাবে বহু জনে আবেদন জনাই আহিছে।সেয়ে আজি আবেদন জনোৱা সকলৰ ছবি প্ৰকাশত কিছু পলম হব,সেয়ে কিছু অপেক্ষা কৰে যেন।


লগতে আপোনালোকক জনাই দিব বিছাৰো যে, আমাৰ এই গ্ৰুপত বিশ্বৰ ১০০ত কৈও অধিক দেশৰ লোক জড়িত হৈ আছে।সেয়ে এই শিতানৰ যোগেদি অসমৰ তথা আমাৰ গ্ৰুপতটোত জড়িত যুৱতী-মহিলা সকলক তেওঁলোকৰ সৌন্দৰ্য্য বিশ্ববাসীৰ আগত প্ৰকাশ কৰাৰ এক সুবিধা প্ৰদান কৰা হৈছে।গতিকে এই সুবিধা আপুনিও নিশ্চয় গ্ৰহন কৰক, ধন্যবাদ।


বিঃদ্ৰঃ প্ৰতিটো প'ষ্টৰ পৰা দুগৰাকীকৈ আবেদনকাৰী নিৰ্বাচিত কৰা হয়।সেয়ে যদিহে এবাৰ আবেদন কৰাত আপোনাৰ ছবি প্ৰকাশ নেপায় তেন্তে পুনৰবাৰ আবেদন জনাবলৈ আহ্বান জনোৱা হল।

No comments:

Post a Comment

Advertisement

Pages