জুবিন গাৰ্গ: বহুত ভোক লাগিছে ৰ দুটা লুচি খায় আঁহো তহঁতে গাড়ী খনতে অলপ বহ,,
জুবিন গাৰ্গ : ঐ দোকানী খাবলৈ কি আছে ?
দোকানী : দাদা লুচি আৰু ভাঁজি।
দোকানী : দাদা লুচি কেইটা দিম ?
জুবিন গাৰ্গ : ২ টা দে পাতল কৈ ।
দোকানী : বাৰু দাদা ২ মিনিট ! ( Zubeen Garg )
জুবিন গাৰ্গ : কোনো কথা নাই তই বনা,,, মোৰ ভোক লাগিছে বহুত অলপ পাৰিলে সোনকালে কৰিবিচোন , প্ৰগ্ৰেম কৰি আহিছোঁ ৰাতিটো একো খোৱা নাই ।
দোকানী : দুই মিনিটৰ পাছত ,,,দাদা আপোনাৰ লুচি !
জুবিন গাৰ্গ : দে ,,, তই সাংঘাটিক বহুত ভাল বনাইছ দেখোন ।।
দোকানী : মিছিকিয়াই হাঁহি মাৰি নহয় দিয়ক দাদা ।
জুবিন গাৰ্গ : তই চৱজি কি কি দি বনাইছ ?
দোকানী: দাদা পানী লাওঁ , আলু আৰু মটৰ !
জুবিন গাৰ্গ : তই একদম গাঁৱলীয়া ষ্টাইলত বনাইছ দেখোন !
দোকানী : হয় দাদা ,,একদম গাঁৱলীয়া ষ্টাইলত বনাইছো ,,,আমি ঘৰত এনেকৈয়ে খাওঁ।
দোকানী : দাদা ইমান ডাঙৰ মানুহ দাদাক কত বহিব দিম বাৰু ভাল চকী এখনো নাই । দাদা বেয়া নাপায় যদি এই টেবুল খনতে বহি খাওঁক।।
জুবিন গাৰ্গ : হব দে ,,একো নহয় , মই থিয় হৈ খাম। কিন্তু পাছত গৈ টেবুল খনত বহি খালে।
জুবিন গাৰ্গ : তই লুচি , ভাঁজি বহুত সাংঘাটিক বনাইছোঁ দেখোন ভাল লাগিল খায়।
দোকানী : নাজানো আৰু দাদা আপুনি ভাল পালে ভাল লাগিল ।
জুবিন গাৰ্গ : জুবিন দাই হঠাৎতে কলে ,,,, তই ১১ জন মানুহৰ কাৰণে এতিয়া লুচি বনাব পাৰিবি নে ?
দোকানী : দাদা পাৰিম ।
জুবিন গাৰ্গ : জুবিন দাই লগৰ কেইজনক মাতিলে ঐ তহঁতেও আহ লুচি খাবলৈ ,,,,,,
লগৰ কেইজনে দোকানৰ ওচৰলৈ আহি কলে ,,দাদা কি হল ?
জুবিনৰ গাৰ্গ : তহঁতৰোঁ ভোক লাগিছে ,,গতিকে ইয়াতে খায় ল ,,,,লগৰ কেইজনে আপচোচ কৰি কলে দাদা আমি ইয়াত নাখাওঁ ,,,, তহঁতে খা চোন ভাল পাবি।
লগৰ কেইজনে আপচোচ কৰি খালে ,,খোৱাৰ পাছত জুবিন দাই দোকানী জনক সুধিলে ঐ দোকানী কিমান টকা হল ,,,,দাদা এক প্লেটত ১০ টকাকৈ ,,,,,
জুবিন গাৰ্গ : জুবিন দাৰ পকেটত যিমান খিনি টকা আছিল সিমান খিনি টকা দি কলে,, ঐ দোকানী এইয়া ল ,,,
দোকানী : দাদা ১২০ টকা হে হৈছে ,,,আপুনি মোক ৩০০০ হাজাৰ টকা দিলে যে ? ল একো নহয় তই ৰাখচোন,,, কিবা বিপদ হলে কবি মই আছোঁ । ইয়াতে আহি থাকোঁ।
দোকানী: বাৰু দাদা ,,,
জুবিন গাৰ্গ : লুচি ভাজি খায় ,,টকা দি গুছি গল ।
জুবিন গাৰ্গ : জুবিন দাই ৬ দিনৰ পাছত গৈ আকৌ কলে ঐ দোকানী খাবলৈ কি আছে ?
দোকানী: দাদা লুচি !
জুবিন গাৰ্গ: ২ খন লুচি দে ,,বেছি নহয় ।
দোকানী: বাৰু দাদা ।
জুবিন দাই লুচি খায় দোকানী জনক ৫০০ টকা দিলে !
দোকানী: দাদা ১০ টকাহে হয় আপুনি মোক ৫০০ টকা দিলে যে ,,, তই ৰাখি থ ,,,, আৰু লাগিলে কবি ।
অলপ দিনৰ পাছত,,,,
জুবিন গাৰ্গ : ঐ দোকানী টোৰ ঘৰ কত ,, তুৰ নামটো কি ? ( Zubeen Garg )
দোকানী: দাদা মই শদিয়াৰ,, সোণোৱাল কছাৰীৰ লৰা ,, অমুক
জুবিন গাৰ্গ : অ তই সোণোৱাল, কছাৰীৰ লৰা হে,,,,হয় দাদা ,,,তুক মই আজিৰ পৰা কছাৰী বুলি মাতিম,,,
দোকানী : হব দাদা
জুবিন দাই দোকানী জনক কেৱল কছাৰী বুলি মাতিছিল,,, কছাৰী নামৰ বাহিৰে আৰু একো বুলি মাতা নাছিল ।
এদিন হঠাৎতে জুবিন দাই আহি দোকানী জনক সুধিলে ঐ কছাৰী তুৰ দোকান খনৰ নাম কি ?
দোকানী : দাদা এতিয়া লৈ ভবা নাই !
জুবিন গাৰ্গ : তুৰ দোকান খনৰ নাম আজিৰ পৰা মই কছাৰী হোটেল দিলোঁ,,, কছাৰী হোটেল
দোকানী: থিক আছে দাদা আজিৰ পৰা মোৰ দোকান খনৰ নাম কছাৰী হোটেল ।
দোকানী জনে কছাৰী হোটেল বুলি নামটো ৰাখি থলে আৰু এতিয়ালৈ আছে ।
জুবিন দাই এনেকৈয়ে কছাৰী হোটেলৰ টেবুলত বহি লুচি , ভাঁজি খাইছিল ,,,কেতিয়াবা চকীত বহি ,, কেতিয়াবা আকৌ থিয় হৈ ,কেতিয়া আকৌ টেবুলখনত বহি ,,,,, জুবিন দাই কছাৰীৰ দোকানত লুচি ভাজি খোৱা দেখি তাত বহুতো মানুহে খাবলৈ যোৱাৰ লগতে জুবিন দাৰ লগত selfie উঠিব গৈছিল,,,,,লুচি ভাজি খোৱা এৰি কেতিয়াবা selfie লব যোৱা মানুহক সময় দিছিল ,,,,কেতিয়া লুচি ভাজি খায় থকাৰ সময়তো selfie লব দিছিল আৰু লৈছিল কিন্তু জুবিন দাই কেতিয়াও কাকো বেয়া ব্যৱ্হাৰ কৰি গালি পৰা নাছিল । বা খোৱা সময়ত selfie নলবি বুলি একো কোৱা নাছিল ,,,, বিন্দাচ আছিল ।
এনেকৈ কিছূমান দিন কছাৰী হোটেলত খাব গৈছিল আৰু গৈ কছাৰী জনৰ পৰা number টো লৈছিল জুবিন দাই ।।।।
জুবিন দাই এদিন হঠাৎতে দোকানী জনক মানে কছাৰী জনক call 🤙 কৰি কলে যে আমি ১১ জন নলবাৰীৰ পৰা গৈ আছোঁ তই ১১ জন মানুহৰ কাৰণে লুচি, ভাঁজি বনাই থবি আমি গৈ খাম ,, দোকানী জনে লুচি, ভাঁজি ১১ জন মানুহৰ বাবে বনাই ৰৈ আছিল যদিও জুবিন দাই খাবলৈ নাহিল । খাবলৈ অহা নাছিল যদিও call কৰি কৈছিল তই চিন্তা নকৰিবি কালি আমি গৈ আছোঁ ।।
Next day জুবিন দাই কছাৰীৰ হোটেলত আহি একো নোকোৱা কৈ জুবিন দাই দোকানী জনক মানে কছাৰীক ৫০০০ হাজাৰ টকা দিলে কিন্তু দোকানী জনে কলে দাদা আপুনি মোক ৫০০০ টকা কিয় দিলে ? জুবিন দাই কৈছিল তই ১১ জন মানুহৰ বাবে যি খিনি কষ্ট কৰি লুচি ভাঁজি বনাই ৰাখিছিলি তাৰ বাবে মই টোক দিলোঁ,,,,,,, দোকানী জনে কলে দাদা মই সেই ১১ জন মানুহৰ লুচি ভাজি খিনি বেছি দিলোঁ,,,, জুবিন দাই কলে কোনো কথা নাই ৰাখি থ তই ।।
এই বুলি কৈ জুবিন দাই কছাৰীক কলে ,,, কছাৰী মই আজি লুচি বনাম , তই চাই থাক ,,,,,,,,
দোকানী জনে মানে কছাৰীয়ে কলে জুবিন দাক ,, দাদা আপুনি বনাব নোৱাৰিব।
জুবিন দাই কলে কছাৰী তই চাই গৈ থাক মই আজি লুচি বনাম ।
জুবিন দাই , আটা মাৰিলে,,আটা মাৰি লুচি বেলিলে,,,,,,লুচি টো বেলোতে বেঁকা বেকি হল ,,, তাক লৈ জুবিন দাই কলে কছাৰী লুচি টো দেখোন কিবা বেঁকা বেকী হৈ গল ,,,,, আৰু হাঁহি হাঁহি জুবিন দাই কলে একো নাই কছাৰী শদিয়া আৰু ধুবুৰী হৈ একেবাৰে চীন পালেগৈ । এনেকৈ হাঁহি ধেমালি কৰি লুচি বনাই খালে ।
জুবিন দাই লুচি ভাজি বনাই খায় যোৱাৰ পাছত জুবিন দাই কছাৰীক জনক মৰমত ৫০০০ হাজাৰ টকা আকৌ দিলে আৰু কলে তই এইখিনি ৰাখ টোক মই মৰমত এইখিনি দিছোঁ । তেনেকৈ কোৱাৰ বাবে কছাৰী জনে টকা খিনি ৰাখিলে ।
জুবিন দাই মৰমত দিয়া ৫০০০ টকা খিনিয়ে কছাৰী জনে এটা TV ললে জুবিন দাৰ নামত যি টো TV আজি লৈ আছে কছাৰী জনৰ ঘৰত ,,,TV টো নাচায় কিন্তু জুবিন দাই মৰমত দিয়াৰ বাবে ২০১১ চনৰ পৰা আজি লৈ ধুনিয়াকৈ সাজি ৰাখিছে ।
এইয়াই হৈছে জুবিন দাৰ মৰম মানুহৰ বাবে ,,, জুবিন দাৰ এই মৰমৰ কাৰনে হয়টো আজি কোনো স্বাৰ্থ নোহোৱাকৈ অসমে ,,মানুহে কান্দিছে 💔 আপুনি কান্দিছে মই কান্দিছে মোৰ ঘৰৰ মানুহে জুবিন দাক লৈ কান্দিছে 💔 ( Zubeen Garg )
এই কথাখিনি আছিল ২০১১ চনৰ বুধবাৰৰ ৰাতিপুৱাৰ কথা ।
(বি.দ্ৰ.- কছাৰী হোটেলখন .GMCH ৰ সন্মূখত আছে)
উৎস- ফেচবুক


No comments:
Post a Comment