মান্যতা অনুসাৰে-যেতিয়া দেৱী লক্ষ্মী-কোনো স্থানলৈ আগমন কৰে,তেতিয়া তাত বহু ধৰণৰ শুভ সংকেত পোৱাৰ আৰম্ভণি হয়।সেই শুভ সংকেতসমূহ হৈছে-( Religious Studies )
*যদি অকস্মাৎ আপোনাৰ ঘৰত-কলা ৰংৰ পৰুৱা আহি-থোপ খাই থাকে,আৰু কিছু খাবলৈ লয়-তেতিয়া এনে মনা হয় যে-দেৱী লক্ষ্মীৰ আপোনাৰ ঘৰলৈ আগমণ হব।আৰু আপুনি বহুত ধন লাভ কৰিব।
*যদি আপোনাৰ ঘৰলৈ কোনো চৰাই আহি বাহ সাঁজে-তেন্তে-এয়া বহুত শুভ সংকেত মনা হয়।যদি কোনো কাৰণবশত-সেই চৰাইয়ে বাহ সঁজা গছজোপা কাটি দিয়া হয়-তেন্তে সেয়া অশুভ হয়।( Religious Studies )
*মান্যতা অনুসাৰে-যদি আপোনাৰ ঘৰত আকষ্মিকভাৱে-তিনিটি জেঠী একে স্থানতে দেখা দিছে-তেতিয়া বুজিব লাগে যে-মাতা লক্ষ্মীৰ আগমণ ঘটিব।এয়া বহুত শুভ সংকেত মনা হয়।
*যদি দীপাৱলী দিনা-তুলসী গছৰ ওচৰত জেঠি দেখা দিলে-তেন্তে এয়াও বহুত শুভ মনা হয়।এয়া অপাৰ ধন পোৱাৰ সংকেত হয়।যদি-দীপাৱলীৰ দিনা-তুলসী গছৰ ওচৰত বহু জেঠি দেখা পালে-তেন্তে এয়া বিপৰীত সংকেত হয়।
*যদি আপোনাৰ সোঁ-হাত খজুৱাই আছে-তেন্তে-ইয়াৰ অৰ্থ এয়া যে-ধন প্ৰাপ্ত কৰিব।
*যদি আপুনি ঘৰৰ পৰা ওলোৱাৰ সময়ত-কুঁহিয়াৰ দেখা পায়-তেন্তে-এয়াও ধন প্ৰাপ্তিৰ সংকেত হয়।
*যদি আপুনি পুৱা ঘৰৰ পৰা ওলোৱা সময়ত-নিয়মিতভাৱে বহু দিনলৈ ঝাড়ু দেখা পায়-তেন্তে-বুজিব লাগে যে-বহুত ডাঙৰ সংকট দূৰ হৈছে।লগতে-আপুনি শীঘ্ৰে ধনৱান হব।
*ঘৰৰ পৰা যোৱাৰ সময়ত-বাটত কোনো কুকুৰে খোৱাৰ কোনো নিৰামিষ বস্তু বা ৰুটি অনা দেখা পায়-তেন্তে-ইয়াৰ অৰ্থ এয়া যে-আপুনি ধনলাভ কৰিব।( Religious Studies )
No comments:
Post a Comment