সকলো লোকৰ বাবে পদিনা উপকাৰী নহয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, May 26, 2023

সকলো লোকৰ বাবে পদিনা উপকাৰী নহয় : Assamese Fact

 

Assamese Fact


আমাৰ ঘৰসমূহত ৰোপণ কৰা গছ আৰু উদ্ভিদত এনে বহুতো গুণ পোৱা যায়-যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।এই সকলোবোৰ উদ্ভিদৰ ভিতৰত পদিনাও অন্যতম।পদিনা অধিকাংশ লোকৰ ঘৰতে পোৱা যায়।টুথপেষ্ট-চুইংগাম, মাউথ-ফ্ৰেচনাৰ,কেণ্ডি,

ইনহেলাৰ আদিত পদিনা ব্যৱহাৰ কৰা হয়।ইয়াৰ উপৰিও আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰটো পদিনা ব্যৱহাৰ কৰা হয়।কিন্তু সকলো লোকৰ বাবে-পদিনা উপকাৰী নহয়।( Assamese Fact )


১/গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্সা ৰোগত আক্ৰান্ত লোকসকলে পদিনা খোৱাৰ পৰা দূৰতে থাকিব লাগে।উল্লেখ্য-জিইআৰডি অৰ্থাৎ গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্সা এবিধ হজম সম্বন্ধীয় ব্যাধি।


২/গৰ্ভধাৰণৰ সময়ত অত্যাধিক পদিনা বা পদিনাৰ চাহ খোৱাৰ ফলত গৰ্ভপাত হোৱাৰ আশংকা বহু গুণে বৃদ্ধি পায়।সেয়হে-মহিলাসকলে গৰ্ভধাৰণৰ সময়ত-পদিনা পৰিহাৰ কৰিব লাগে।


৩/পদিনা অত্যাধিক ব্যৱহাৰে-আপোনাৰ ডিঙিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

Assamese Fact


৪/পদিনা অত্যাধিক ব্যৱহাৰে বৃক্ক আৰু অন্ত্ৰৰো ক্ষতি কৰিব পাৰে।( Assamese Fact )


৫/যদি আপুনি বৃক্কৰ ৰোগী-তেন্তে পদিনা আপোনাৰ বাবে ভাল নহয়।


৬/পদিনা বেছিকৈ খালে-ই শৰীৰত ৰক্ত শৰ্কৰা কমাই দিব পাৰে।


৭/পদিনা-৭/৮বছৰৰ কম বয়সৰ শিশুৰ বাবে-উপযুক্ত নহয়।


৮/যদি আপুনি যকৃতৰ ৰোগী-তেন্তে-ভুলটো পদিনাৰ পিল বা পদিনা নাখাব।


৯/যিসকলৰ ছাল সংবেদনশীল-তেওঁলোকেও পদিনা খোৱাৰ পৰা বিৰত থাকিব লাগে।(সংগ্ৰহিত)

Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages