আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, May 3, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today

 

 ১৯ ব'হাগ, বুধবাৰ ইং ৩ মে' ২০২৩ ।  ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ'ব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি মনোমালিন্য হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্যক সকলৰ সাহিত্যক সেৱাত মনোনিবেশ বাঢ়িব, যদিও আজি আপোনাৰ মনটো অশান্তি সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰাটো ভাল হব।


৩. *মিথুন ৰাশি* :-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, শুভ সংবাদ লাভ কৰিব লগতে আজি আপোনাৰ মনৰ চিন্তা ধাৰা সুস্থিৰ হোৱাৰ যোগ দেখা যায়। 

Horoscope Today


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত শুভ হ'ব ব্যৱসায়িক দিশত আধিক লাভালাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনটো সামান্য চিন্তিত কৰাৰ  যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব, ঘৰত শুভ কৰ্ম কৰিবলৈ সক্ষম হব,  যদিও আজি আপোনাৰ মনটো অশান্তি সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে জেষ্ঠ্য ব্যক্তি বা আত্মীয় পৰিয়ালৰ পৰা মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে।  ( Horoscope Today )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত নিবনুৱা সকলৰ কৰ্মত নতুনকৈ যোগাযোগ কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ আমোদ প্ৰমোদ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, উৎসৱ পাৰ্বনত নিজকে ব্যস্ত কৰি ৰাখিবলৈ সক্ষম হব, যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।   


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, আত্মীয় পৰিয়ালৰ পৰা কৰ্মত সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপোনাৰ ঘৰত পিতৃ মাতৃ স্বাস্থ্যৰ প্ৰতি সজাগ   হোৱাটো ভাল হব।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, ভ্ৰমণত সজাগ নহ'লে সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য মিচা অপৱাদ পাবলগীয়া হোৱাৰ যোগ দেখা যায়। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত বিলাসীতাৰ মাজেৰে দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, কৰ্মত সুখ শান্তি বাঢ়িব, লগতে আজি আপুনি সামাজিক কৰ্মত নিজকে ব্যস্ততা ৰাখিৱ পাৰিব।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি   হোৱাৰ যোগ লেখা যায়।


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো। ( Horoscope Today )


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages