২৮ ভাদ, বুধবাৰ ইং, ১৪ চেপ্তেম্বৰ ২০২২। ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম কৌশল আয়ত্ব কৰিব পাৰিব, হাতলৈ ধন ধান আহিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য দু:খ পোৱাৰ ।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ব্যস্ততা বাঢ়িব, সামাজিক কৰ্মত মনোনিবেশ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জেষ্ঠ্য ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব, আৰ্থিক দিশত উন্নতি হ'ব, হাতলৈ ধন ধান আহিব, সম্পত্তি বাঢ়িব যদিও আজি আপোনালোকে কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত সামান্য ধনৰ নাটনি হ'ব পাৰে, শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত সকলো দিশতে সাৱধানে আগ বঢ়াটো ভাল হ'ব।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, আৰ্থিক দিশত শুভ হ'ব, কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা বাঢ়িব, লগতে আজি আপোনাৰ সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰুৱা সম্পদ বাঢ়িব, সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায় । ( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু সান্নিধ্য লাভ কৰিব, কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ মনত ভক্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত খেলুৱৈ সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বিৰোধিতাৰ আৰু প্ৰতাৰণাৰ সন্মুখীন হ'ব পাৰে হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, আত্মীয় পৰিয়ালৰ আগমন হ'ব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ধন ধান বাঢ়িব, অৰ্থ আগমন হ'ব, প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, সামাজিক কৰ্মত প্ৰতিস্থা লাভ হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য খেলি মেলি হ'ব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায় ।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:
Post a Comment