২৮ আহাৰ, বুধবাৰ ইং, ১৩ জুলাই ২০২২। ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা চলিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে সামান্য মিচা অপৱাদ পোৱাৰ যোগ দেখা যায় ।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায় ।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱা সুযোগ লাভ কৰিব, মনত আনন্দ বাঢ়িব, লগতে আজি আপুনি আনৰ পৰা মৰম চেনেহ লাভ কৰাৰ যোগ দেখা যায় ।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান লাভ হোৱৰ যোগ দেখা যায়। ( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হ'ব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কৰ্ম কৌশল আয়ত্ব কৰিব পাৰিব, বুদ্ধি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি হোৱাৰ যোগ দেখা যায় ।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনত আনন্দ বাঢ়িব, আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ আৰ্থিক দিশত উন্নতি হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, মনত আনন্দ বাঢ়িব কৰ্মক্ষেত্ৰত সাহস বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
( Horoscope Today )
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
No comments:
Post a Comment