আজি আমি আপোনালোকক ক'বলৈ উলাইছোঁ যে কম বয়সতে ধনী কেনেকৈ হ'ব পাৰি। কিমান সোনকালেই হ'ব পাৰি। ( Assamese Fact )
তাৰ এটা সকলোতকৈ ডাঙৰ কথা হ'ল যে আমাৰ যি শিক্ষাৰ সৃংশলা বা প্ৰক্ৰিয়া ই সৰুৰে পৰা আমাক এটা কথায়ে শিকাই যে আমি পঢ়িব লাগে ডিগ্ৰী লাভ কৰিব লাগে। তাৰ পাছত কাৰোবাৰ চাকৰি কৰিব লাগিব।
য'ত চাকৰিৰ কথা আহে তাত আপুনি বা আপোনালোকে ধনী হোৱাৰ কথা ভাবিব নোৱাৰে।চাকৰি জৰিয়তে আপোনালোকে অকল চলি থাকিবহে পাৰিব বা আনৰ সপোন পূৰ্ণ কৰিব পাৰিব। যিয়ে আপোনাক চাকৰি দিছে। কাৰণ সি কাৰো চাকৰি কৰা নাই। যিয়ে আপোনাক চাকৰি দিছে।
সেই কাৰণে আমাৰ যি শিক্ষাৰ প্ৰক্ৰিয়া তাক আমি সলনি কৰিব লাগিব। প্ৰশ্ন এইটো যে চাকৰি যদি নকৰে তেতিয়া কি কৰিব। ইয়াৰ কাৰণে যেতিয়া পৰা আমাৰ বুজাৰ শক্তি আহে যে এতিয়া আমি কিবা এটা নিজৰ কাৰণে কৰিব লাগে তেতিয়াৰ পৰা আপুনি এটা এনেকুৱা কাম কৰক যি আপোনাক সফলতা দিয়ে। যেনে- আপুনি এটা এনেকুৱা ব্যৱসায় কৰক য'ত আপুনি নিজতকৈ বেছি জ্ঞান থকা মানুহ জড়িত কৰিব পাৰে।
যেতিয়া আপোনালোকে বা আপুনি ব্যৱসায় বা চাকৰি প্ৰতিষ্ঠা কৰিব তেতিয়া বহুত মানুহ আপোনাৰ লগত জড়িত হ'ব আৰু আপোনাৰ সপোন পূৰণ কৰিব। ইয়াৰ কাৰণে সকলোতকৈ ডাঙৰ কথা এইটো যে যেতিয়ালৈকে আপোনালোকৰ ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ হাতত পইচা নাহে বা কেনেকে পইচাৰ যোগাৰ কৰিব যাৰ ফলত আমি বা আপোনালোক আগবাঢ়ি যাব পাৰিব।
তাৰ কাৰণে ধৰি লওঁক কোনোবাই যদি চাকৰি কৰে আৰু তাৰ যদি ইনকম ৫০ হাজাৰ।তাৰে ধৰি লওঁক ২০ হাজাৰ ঘৰ চলোৱা ১৫ হাজাৰ বেলেগ আৰু ১৫ হাজাৰ চপিং বা অন্য কাৰণে তেওঁ খৰচ কৰি দিয়ে। যেতিয়া আপোনালোকে পইচা ইনকম কৰে তেতিয়া দুটা বস্তু সন্মুখলৈ আহে। এটা আপুনি এচেট কৰিছে আনটো আপুনি লাইব্ৰেৰীটি বঢ়াইহে।
ইয়াত আপোনালোকে যে ইনষ্টলমেন্টত গাড়ী কিনে সেইটো লাইব্ৰেৰীটি বঢ়োৱা বুলি কয়। যদি আপোনালোকৰ চাকৰি গুচি যায় তেতিয়া আপোনালোকে যি কোম্পানীৰ পৰা গাড়ী লৈছে । সেই কোম্পানীৰ লোণৰ মানুহ আপোনাৰ দুৱাৰ মুখত থিয় হৈ থাকিব। আপোনালোকে নিজৰ কিবা ধ্বংস কৰি হ'লেও সেই গাড়ীখনৰ ইনষ্টলমেন্টত দিব লাগিব। ( Assamese Fact )
বহুত মানুহে দেখুৱাবলৈ গৈ গাড়ী,ঘৰ বা বহুত বস্তু লৈ লয় আৰু নিজৰ আৰ্থিক স্থিতি বেয়া কৰি লয়। কিন্তু যদি আপোনালোকে এচেট বা সোণ কিনে বা বেলেগ এনেকুৱা সম্পত্তি কিনে যাৰ পৰা আপোনালোকে লুণ পাই বা যদি এখন গাড়ী কিনে আৰু তাৰ পৰা যদি আপোনাৰ ইনকম হয় বা অৰ্থ উপাৰ্জন হয় তেতিয়া সেইয়া তেওঁৰ বা আপোনাৰ এচেট হ'ল।
যদি আপোনালোকে দেখুৱাবলৈ গৈ গাড়ীখন কিনিছে তেতিয়া সেইয়া আপোনালোকৰ এচেট নহয় লাইব্ৰেৰীটিহে। কাৰণ তাৰ কাৰণে আপোনালোকৰ খৰচ হয় আৰু যদি সেইখন আপুনি কাৰোবাক চলাব দিয়ে বা তাৰ পৰা উপাৰ্জন হয় তেতিয়া সি আপোনাক খৰচ কৰাব বেয়া হ'লে কিন্তু লগতে পইচাও দিব। তাৰ পৰা আপুনি ১৫-২০ হাজাৰ ইনকমো কৰিব পাৰিব।
আমি যেতিয়া ইনকম কৰো তেতিয়া আমি আমাৰ অন্য উপাৰ্জনৰ স্থলৰ কথা ভাবিব লাগে। উদাহৰণ স্বৰূপে- আপোনালোকৰ ৫০ হাজাৰ যদি ইনকম তাৰ ২০ হাজাৰ ঘৰ কাৰণে গ'ল তাৰ পাছত যি থাকে সেইখিনি আপোনালোকে এঠাইত ইনভেষ্ট কৰক। আপোনালোকে তাক কোনোবা স্কীম বা মিচুৱেল ফাউণ্ড বা অন্যন্যা ঠাইত থৈ দিয়ক ।চাব আপোনালোকৰ পইচা লাহে লাহে বাঢ়ি গৈ থাকিব।
আমি এইটো নকওঁ যে আপোনালোক বহুত ধনী হৈ যাব।লাহে লাহে কিন্তু এদিন নহয় এদিন বহুত এচেট আপোনালোকৰ গোট খাই যাব।তাৰ পাছত যদি আপুনি মিলাই চাই তেতিয়া আপোনালোক সেই শ্ৰেণীত নাথাকিব যি মধ্যবিত্ত লোকৰ চিন্তা যে তেওঁলোকে ল'ৰা ছোৱালীয়ে পঢ়ি তাৰ পাছত চাকৰি কৰি ২০-৩০ বছৰ ইনকম কৰিব। বৃদ্ধ বয়সত গাড়ী,ঘৰ বা আৰামদায়ক বস্তু গোটাব।
কিন্তু যেতিয়া ৬০-৭০ বছৰ হৈ যায় তেতিয়া সেই শক্তি নথকা হয় যিবোৰ এতিয়া বা আগতে থাকে ।যিবোৰ আগতে বা এতিয়া পাব লাগিছিল আৰু জৰুৰী আছিল সেইবোৰ ৬০-৭০ বছৰত পালে তাৰ একো মূল্য নাথাকে। আপোনালোকে যদি পইচা সঞ্চয় বা বচোৱা কথা ভাবে।যেনে -কোনোবাক দি যদি ভাবে তাক দি থৈছোঁ মোৰ ১ লাখ বাচি আছে বা সঞ্চয় হৈ আছে তেতিয়া সেইটো যোগ দিয়া নহয়। অৰ্থাৎ ১ লাখৰ ১ লাখয়েই হৈ থাকিব। যদি আপোনালোকে সেই ১ লাখটো কোনোবা ফাউণ্ডত ,চেয়াৰত, মাটি,সম্পত্তি আদি লৈ থৈ দিলে হয়। তেতিয়া আপোনালোকৰ পইচা ১ লাখৰ পৰা বাঢ়ি ৫০ লাখো হ'ব পাৰে। সেই কাৰণে এইটোৱে এটা চিন্তা-চৰ্চা।
কিন্তু কিছুমান ডিগ্ৰীধাৰী ব্যক্তিৰো এইসমূহৰ জ্ঞান নাথাকে। তেওঁলোকে কি কৰে পইচা পালে স্ফুৰ্তি বা আনন্দ ,আৰাম আদিত খৰচ কৰি দিয়ে। সেই কাৰণে পাছত তেওঁলোকে তেনেকেই থাকিব লাগে।বেছি একো কৰিব নোৱাৰে। সেই কাৰণে আজিৰ পৰা যদি আপোনালোকে নিজৰ ইচ্ছাসমূহক কনট্ৰল কৰি পইচা বচাব বা সঞ্চয় কৰিবলৈ শিকে , তেতিয়া আহিব লগা দিনবোৰ ভালকৈ পাৰ কৰিব পাৰিব।
কিন্তু আজিকালি আপোনালোকে কি কৰে ১ লাখ পালে ৮০ হাজাৰৰ ফোন এটায়ে কিনি লয়। আকৌ কিছুমানে কি কৰে ইনকমতকৈ বেছি পইচা খৰচ কৰে বা বস্তু লৈ থয়। তাৰ পাছত সেইবোৰৰ ইনষ্টলমেন্টত দি থাকিব লাগে। বাহিৰৰ পৰা মানুহে দেখিলে ভাবিব এই মানুহজনৰ বহুত পইচা আছে। কিন্তু তেনেকুৱা একো নহয়।
যিমানবোৰ ধনী বা মাল্টিবিগেনাৰ আছে তেওঁলোকে বহুত কম বয়সৰ পৰাই লাহে লাহে য'ত ত'ত ইনভেষ্ট কৰিবলৈ আৰম্ভ কৰে।তাৰ পিছত তেওঁলোকে সেই কাৰণে উচ্চ শিখৰ লাভ কৰে বা কৰিছে। এনেকুৱা এটা কাম বিচাৰক যিয়ে আনৰ কাৰণে লাগে বা প্ৰয়োজনীয়।যেনে- আগতে মানুহে বাছৰ কাৰণে ৰৈ থাকে আৰু বাছ নাহিলে বহুত সমস্যা হয় বা আহি পৰে। সেই কাৰণে উবেৰ ,অ'লা কোম্পানীয়ে ভাবিলে যে ফোনৰ দ্বাৰাই নহ'লে আমাৰ গাড়ী বা কেব বুক হৈ যাওঁক আৰু আমি মানুহক থ'ব পাৰিম আৰু ইনকম কৰিব পাৰিম।
আজি এই কোম্পানীটোৱে মানুহৰ প্ৰয়োজনীয়তাক পূৰণ কৰি আছে আৰু এনেকৈয়ে ই গোটেই পৃথিৱীতে এটা নিজৰ নাম প্ৰতিষ্ঠা কৰি ল'লে। এনেকুৱা বহুত বস্তু আছে যিবোৰৰ ফলত মানুহ এজন সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হয়।যদি আপোনালোক ২০ বছৰীয়া তেতিয়া ১০ বছৰৰ সময় আছে আৰু যদি আপোনালোক ২৫ বছৰীয়া তেতিয়াও ১০ বছৰৰ সময় লওঁক।অসফল হ'লেও চেষ্টা কৰি থাকক।
এনেকৈ চেষ্টা কৰি থাকিলে ৪০-৫০ বছৰত হ'লেও আপুনি সফল হ'ব পাৰিব । সেই কাৰণে আপোনালোকে ১০ বছৰ হ'লেও বহুত কষ্ট কৰিব লাগিব। কাৰণ সমস্যা নাথাকাকে একো কাম নহয়।কাম কৰক অসফল হ'লেও বা মানুহ অসফল হয়য়েই।অসফল হ'লেও আকৌ পুণৰ কৰিবলৈ সুযোগ থাকে।
যদি আপোনালোকে অসফল হ'ম বুলি ভাবি নকৰে আৰু গোটেই জীৱন যোৱাই ভাবে চাকৰিৰ পৰা অৱসৰ হ'লে মই নিজৰ সপোনবোৰ পূৰণ কৰিম, বস্তু লম তেতিয়া আপোনালোকে এতিয়াৰে পৰাই ভাবিব লাগিব। নহ'লে অৱসৰ পাছত একো কৰিব নোৱাৰিব তেনেকেই থাকি যাব।
সপোন পূৰণ কৰক ভালকৈ থাকক। নিজৰ আৰ্থিক অৱস্থা স্বচ্ছল কৰিবলৈ কাম কৰি থাকক। এনেদৰে কিছুমান কাম কৰি আপুনি ধনী হ'ব পাৰিব। সেইয়াও বহুত কম বয়সতে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। SMJ24 এ এই তথ্যৰ সত্য সত্যতাৰ দাবী নকৰে। আমাৰ পাঠক সকলৰ মাজৰে বহু সংখ্যকে এই সমূহ বিশ্বাস কৰে আৰু বহু সংখ্যকে অন্ধবিশ্বাস বুলি মানে।গতিকে একাংশ পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখাটো আগবঢ়ালো। বিশ্বাস কৰা নকৰাটো সকলোৰে ব্যক্তিগত কথা, ধন্যবাদ।
No comments:
Post a Comment