আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Saturday, January 8, 2022

demo-image

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

PhotoGrid_1625959326733

 

২৩ পুহ, শনিবাৰ, ইং ৮ জানুৱাৰী, ২০২২ ।( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুম হব, যদিও আজি আপুনি সজাগ নহলে উদেশ্য বিহিন  ভ্ৰমণৰ হব পাৰে, লগতে মনত সামান্য চিন্তা ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  সুখ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষত্ৰত মনৰ উৎসাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত আনৰ সহায় সহযোগিতা লাভ হব, প্ৰেমত শুভ হব যদিও আজি আপুনি সজাগ নহলে খেতিয়ক সকলে সামান্য কষ্টৰ সন্মুখীন হব পাৰে। 


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, শুভ সংবাদ লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহলে আপোনাৰ মনত সামান্য খংঙ আৰু অভিমান ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত যশস্যা বাঢ়িব, সঞ্চয় বাঢ়িব , লগতে আজি আপুনি কৰ্মত ক্ষেত্ৰত নতুন আচনি গ্ৰহণৰ সুযোগ লাভ কৰিব পাৰে। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত নতুনকৈ যোগাযোগ সুযোগ লাভ কৰিব, ঘৰুৱা সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য সন্মুখীন হোৱাৰ যোগ দেখা যায়।


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, সামাজিক কৰ্মত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ কৰ্ম ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।  


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, সমস্যাৰ সমাধান হব, যদিও আজি আপোনাৰ মনত সামান্য খংঙ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় । 


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত পাবলগীয়া ধন পাব পাৰে আজি, পাৰিবাৰিক দিশত শুভ হব যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব লগতে আজি আপোনাৰ কৰ্মক্ষত্ৰত সন্মান বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষত্ৰত আজি যশস্যা বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে দেহ মনত সামান্য আঘাট পোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব, আনক সহায় সহযোগিতা কৰাৰ প্ৰতি আগ্ৰহ বাঢ়িব যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান  হোৱাটো ভাল হব। 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

PhotoGrid_1607481497035

বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today ) সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages