২২ পুহ, শুক্ৰবাৰ, ইং ৭ জানুৱাৰী, ২০২২ ।( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, কৰ্মত শুভ হব লগতে নতুন কৰ্মৰ যোগাযোগ হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব , যদিও আজি আপুনি সজাগ নহলে জেষ্ঠ্য ব্যক্তিৰ পৰা মনত সামান্য কষ্ট পাৱ পাৰে লগতে সজাগ নহলে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহলে কৰ্মত সামান্য বিৰোধিতাৰ সন্মুখীন হব পাৰে লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা য়ায।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত আপুনি নভৱাকৈয়ে ধন সন্মান লাভ কৰিব পাৰে, কৰ্মত সামান্য জতিলতা বাঢ়িব যদিও আজি আপুনি কৰ্মত বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত নতুন কৰ্মৰ যোগাযোগৰ সুযোগ বাঢ়িব, মনত শান্তি বাঢ়িব, লগতে আজি আপুনি বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মদক্ষতা বাঢ়িব, প্ৰেমত শুভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ঘৰুৱা কৰ্ম বোৰত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়। ( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, মনৰ আশা পুৰণ হব,যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষত্ৰত সামান্য জতিলতাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায় ।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, কৰ্মত শুভ হব, প্ৰেমত শুভ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষত্ৰত সামান্য বুদ্ধি হ্ৰাস হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত সন্মান বাঢ়িব, লগতে বিদ্যাৰ্থী সকলে বিদ্যা আহৰণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত প্ৰেমত শুভ হব, আৰ্থিক দিশত শুভ হব, ৰোগাৰোগ্য হব, লগতে আজি উকীল সকলৰ কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক দিশত শুভ হব, আৰ্থিক দিশত শুভ হব, সৌভাগ্যৰ উদয় হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষত্ৰত সামান্য অৱহেলা ভাৱ আহিব পাৰে।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল ( Horoscope Today ) সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment