এবাৰ এজন পুৰুষৰ ওচৰলৈ এগৰাকী মহিলা আহিল। এজনী ভূত মহিলা হৈ এজন পুৰুষৰ ওচৰলৈ আহে আৰু সেই পুৰুষজনক অশান্তি কৰে।( Assamese Storyboard )
তাই যি কয় নুশুনিলে তাই তাক বহুত অশান্তি কৰে আৰু পুৰুষজনেও তাইৰ পৰা বহুত অশান্তি পোৱা হৈছিল। এতিয়া আপোনালোকে ক'ব ভূত নাথাকে। কিন্তু নথকা হ'লে হনুমান চালিচা আৰু তুলসী দাসে ভূতৰ কথা কিয় ক'লে হেঁতেন।
আপোনালোকৰো ককা ,আইতা পূৰ্বপুৰুষ সকলৰ আশা বা পাপ কৰিলে ভূত হৈ পৰে। তাৰ পিছত যদি আপোনালোকে পূৰ্বপুৰুষ সকলৰ বাবে পূজা অৰ্চনা কৰাই বা দান বা পিণ্ডদান কৰে। তেতিয়াহে গৈ তেওঁলোকে মুক্তি পায় বুলি কোৱা হয়।
এদিন পুৰুষজনে চিঙৰা লৈ আহিল আৰু আহি ঘৰত এখন কাগজ পাই তাতে চিঙৰাটো থৈ দিলে। তাৰ পিছত সি চিঙৰাটো কাগজত লৈ খাই আছিল আৰু তেতিয়াই সেই ভূতজনী আহিল। তাই কাগজখন দেখি দৌৰি গ'ল আৰু ক'লে শুন,এই কাগজখন পেলাই দে। নহ'লেবা মই তোক খাই পেলাম।
( Assamese Storyboard )সি ভাবিলে আনকাল এই মোক অশান্তি কৰে। আজি এই কাগজখন ল'লত ওচৰলৈ অহা নাই।সি কাগজখন লৈ আগবাঢ়ি গ'লত তাই পলাবলৈ ধৰিলে। তেতিয়া সি ধ্যান দি চালে এই কাগজখন কিনো।সি দেখিলে সেইখন গীতাৰ এখন ফালি যোৱা কাগজ আছিল।
তাৰ পিছৰে পৰা সি নিজৰ ঘৰত গীতা ৰাখিলে আৰু জেপটো ৰাখিলে। তেতিয়াৰে পৰা তাক ভূত-প্ৰেতে অশান্তি নকৰা হ'ল।
গীতা কি ?গীতাখন হ'ল ভগৱানৰ বাণী। কিছুমান মানুহ এনেকুৱা আছে ১০০ টকীয়া মদ কিনিব পাৰে। কিন্তু ১০-৩০ টকীয়া এখন সৰু গীতা কিনিব নোৱাৰে।
ঘৰত গীতা, হনুমান চালিচা আদি ৰাখক। এইসমূহে আমাৰ অজ্ঞানতাক আতঁৰাই আমাক সঠিক পথ দেখোৱাই। কোৱা হয় যে গ্ৰন্থৰ দৰ্শন কৰিলেই কল্যাণ হয়।
কিছুমান মানুহে কয় যে যিয়ে ভগৱানৰ দৰ্শন কৰি আহে তাৰ দৰ্শন কৰিলেও ভগৱানে দৰ্শন কৰা দৰে ফল পাব পাৰি।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
( Assamese Storyboard )
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত
No comments:
Post a Comment