এইসমূহ গুণৰ ফলত এটা ল'ৰা আপোনাৰ পাগল হৈ পৰিব: Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, January 1, 2022

এইসমূহ গুণৰ ফলত এটা ল'ৰা আপোনাৰ পাগল হৈ পৰিব: Assamese Fact

Assamese Fact

পুৰুষসকলক নিজৰ প্ৰেমত পেলোৱা ৫টা গোপন তথ্যৰ বিষয়ে জানো আহঁক। পুৰুষসকলে নিজেই চকুৰে দেখা বস্তুৰ ফালে অতি সোনকালেই আকৰ্ষিত হৈ পৰে। (Assamese Fact )


গোটেই জীৱন মৰম ভাল পোৱা পাবলৈ এজনী ধুনীয়া ছোৱালীৰ প্ৰয়োজন আছে জানো? নাই।কাৰণ সৌন্দৰ্যতা অলপ সময়ৰ লৈকে থাকে। সৌন্দৰ্যতায়ে মানুহৰ ধ্যানহে আকৰ্ষণ কৰে। আপুনি আই ফোন এটা দিখিলে ভাল পাব বা আকৰ্ষিত হ'ব। কিন্তু যদি তাত আপোনাৰ একো লাগতীয়াল বস্তুৱে নাই তেতিয়া সেইটো আপোনাৰ কি কাম আৰু সেইটো জানো আপোনালোকে পচন্দ কৰিব,নকৰে। 


সেইদৰে যদি কোনোবা ছোৱালী বহুত বেছি ধুনীয়া কিন্তু তাইৰ তাত ল'ৰাটোৱে বিচাৰা একো গুণ নাই বা ভিতৰি তাই মনটো ভাল নহয়। তেতিয়া কোনো ল'ৰায়ে সেই ছোৱালীজনীক গোটেই জীৱন ভাল পায় নাথাকিব।তাইৰ ফালে আকৰ্ষিত হ'ব বা সম্পৰ্ক কৰিব। কিন্তু কিছুদিন পিছতেই সেই সম্পৰ্ক ভাগি যাব। বহুত বাৰ এনেকুৱা হোৱা দেখা যায়।


কিছুমান ছোৱালীয়ে ভাবে যে ল'ৰাবোৰে অকল ধুনীয়া ছোৱালীহে ভাল পায়। কিন্তু ধুনীয়া হোৱাৰ পিছতো ল'ৰাবোৰে কেতিয়াবা এৰি দিয়ে কিয় ল'ৰাবোৰে কেনেকুৱা ছোৱালী বিচাৰে। ল'ৰাবোৰে ভিতৰৰ সৌন্দৰ্যতা বিচাৰে। আপোনালোকৰ সেইটো গুণ থাকিব লাগিব যিটো সিহঁতি বিচাৰে। এনেকুৱা কি   আছে যিবোৰ আপোনালোকে নিজৰ মাজত বৃদ্ধি কৰিব লাগে বা আপোনাৰ থাকিব লাগে। যিবোৰ থাকিলে এটা ল'ৰাই আপোনাক পাগলৰ দৰে বা বহুত মৰম কৰিব।


১.নিজকে নিজেই  ভাল কৰিব লাগিব । আপোনালোকে জানে যে আপোনাৰ কিছুমান ভাল আৰু বেয়া অভ্যাস আছে। বেয়া বা দূৰ্বল অভ্যাসবোৰৰ ফলত আপোনাৰ বা আপোনালোকৰ আত্মবিশ্বাস নাথাকে। আপোনালোকে ভয় আৰু নিজৰ বেয়া বা দূৰ্বল অভ্যাসবোৰৰ আতৰাই নিজকে আত্মবিশ্বাসী হিচাপে গঢ়ি তোলক। তেতিয়াহে আনেও আপোনাক ভাল পাব।


২. ল'ৰাবোৰে মৰম লগা ছোৱালীবোৰ বহুত পচন্দ কৰে। যিবোৰ ছোৱালী স্বভাৱ  সৰু ল'ৰা-ছোৱালীৰ দৰে অৰ্থাৎ যেনেদৰে সৰু ল'ৰা-ছোৱালীয়ে কথা পাতে তেনেদৰে থাকে বা সৰু ল'ৰা-ছোৱালীৰ দৰে তেনেকুৱা ছোৱালীবোৰক ল'ৰাবোৰে পচন্দ কৰে। লগতে স্ফুৰ্তি আনন্দ কৰি থকা ছোৱালীবোৰকো। 

Assamese Fact )

৩.সকলো ল'ৰাই সাধাৰণ ভাবে থকা ছোৱালীবোৰক বহুত বেছি পচন্দ কৰে।  গোটেই জীৱনটো কটাবলৈ ল'ৰাবোৰে সদায় সাধাৰণভাৱে থকা ছোৱালীবোৰকহে পচন্দ কৰে। 


৪.যিবোৰ ছোৱালীয়ে সকলোকে সন্মান কৰে ,মৰমত কথা পাতে শ্ৰদ্ধা কৰে। তেনেকুৱা ছোৱালীবোৰকো ল'ৰাবোৰে বহুত পচন্দ কৰে।  এই স্বভাৱৰ ছোৱালীবোৰক ল'ৰাবোৰে বহুত সোনকালেই পচন্দ কৰে। কাৰণ ল'ৰাবোৰে  বিয়া পাতিবলৈ সদায় এনেকুৱা এজনী ছোৱালী বিচাৰে যিয়ে তেওঁলোকৰ ঘৰৰ মানুহক সন্মান কৰে , বন্ধুসকলক সন্মান কৰে আৰু আগলৈ ল'ৰা ছোৱালীক ভাল শিক্ষা দিয়ে।



৫.যিবোৰ ছোৱালীৰ ভিতৰত  সহানুভূতি মনোভাৱ থাকে তেনেকুৱা ছোৱালীবোৰক  ল'ৰাবোৰে বহুত পচন্দ কৰে। যাৰ এই সহানুভূতিশীল স্বভাৱ থাকে তেওঁলোকক ল'ৰাবোৰে বহুত পচন্দ কৰে।


এই পাচঁটা গুণৰ যদি আপোনালোকৰ আছে তেতিয়া ল'ৰাবোৰে বা এজন ল'ৰায়ে আপোনাক বহুত মৰম কৰিব আৰু আপোনাক বহুত ভাল পাব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact )


বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত


No comments:

Post a Comment

Advertisement

Pages